• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনক চিনাই টান! চীনে প্ৰকাশ কৰা মানচিত্ৰত অৰুণাচল, আকচাই চিন; পুনৰ প্ৰৰোচনা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2023 2:24 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ চীনৰ প্ৰৰোচনা! এইবাৰ চীনে ভাৰতৰ বিশাল অঞ্চলক নিজৰ বুলি দাবী কৰি এখন মানচিত্ৰ প্ৰকাশ কৰিছে। চৰকাৰী কাৰ্যালয়ৰ পৰাই প্ৰকাশ পাইছে এই মেপ। চীনৰ প্ৰাকৃতিক সম্পদ মন্ত্ৰালয়ে এখন মানচিত্ৰ প্ৰকাশ কৰিছে য’ত চীনে অৰুণাচল প্ৰদেশ আৰু আকচাই চীনৰ এক বৃহৎ অংশ নিজৰ ভূখণ্ড বুলি দাবী কৰিছে।

কেৱল সেয়াই নহয়, টাইৱান আৰু দক্ষিণ চীন সাগৰৰ বিবাদিত অংশকো নিজৰ বুলি দাবী কৰা হৈছে। চীনত এই মন্ত্ৰালয়ে প্ৰকাশ কৰা মানচিত্ৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই বাকী মন্ত্ৰালয়সমূহেও কাম নিৰ্ধাৰণ কৰে।

লগতে পঢ়ক: মানুহৰ মগজুত প্ৰথমবাৰৰ বাবে পোৱা গ’ল জীৱন্ত কৃমি; মহিলাৰ মগজুৰ ভিতৰত উদ্ধাৰ মাৰাত্মক পেলু

Apply Now

সোমবাৰে মুকলি কৰা হয় এই মানচিত্ৰ। চীনে ইয়াক ষ্টেণ্ডাৰ্ড মেপ বুলি উল্লেখ কৰে। বিশেষজ্ঞসকলৰ মতে এই ঘটনা প্ৰৰোচনাৰ বাহিৰে আন একো নহয়। এইবোৰ দেখুৱাই চীনে ভাৰতক উচটনি দিবলৈ চেষ্টা কৰিছে। চীনে বিচাৰে ভাৰতে এটা পদক্ষেপ লওক যাতে তেওঁলোকে প্ৰতিশোধ ল’ব পাৰে।

অৱশ্যে বিশেষজ্ঞসকলৰ দাবী যে ভাৰত এই ক্ষেত্ৰত সতৰ্ক। সীমান্তত চলি আছে কঠোৰ নিৰীক্ষণ।

ইয়াতেই শেষ নহয়। সূত্ৰসমূহে লগতে কয় যে চীনে কোনো নিয়মৰ কথা বিবেচনা নকৰাকৈয়ে ইটোৰ পিছত সিটোকৈ সীমান্তৰ অতি ওচৰত ঘৰ নিৰ্মাণ কৰি আছে। সীমান্তৰ দুয়োপাৰে ‘নো মেনছ লেণ্ড’ নামেৰে এটা সৰু এলেকা খালী থাকে। কিন্তু চীনে ইয়াৰ বিপৰীতে অৰুণাচলৰ সমীপত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত এনে এলানি গাঁও নিৰ্মাণ কৰা বুলি অভিযোগ উঠিছে। কেৱল গাঁও নিৰ্মাণৰ কামেই নহয়, সেই বসতিস্থলৰ ওচৰতে চীনা সেনাৰ বেৰেকো দেখা যায়।

লগতে পঢ়ক: ইৰাকত বোমা বিস্ফোৰণেৰে ৩২৩ জন লোকক হত্যাৰ গোচৰত কাৰ্যকৰী কৰা হ‘ল ৩ জনৰ মৃত্যুদণ্ড

ইপিনে, এই মানচিত্ৰখন প্ৰকাশ পোৱা সময়টোও যথেষ্ট গুৰুত্বপূৰ্ণ। কিছুদিন পূৰ্বে ব্ৰিকছ সন্মিলন উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙ বৈঠকত মিলিত হৈছিল। কেইদিনমান পিছত জি-২০ সন্মিলন উপলক্ষে জিনপিং ভাৰত ভ্ৰমণলৈ অহাৰ কথা। এই মানচিত্ৰখন ইতিমধ্যে প্ৰকাশ কৰা হৈছে। কিছুদিন পূৰ্বে দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত আলোচনা হৈছিল। তাত দুয়োখন দেশে শান্তি বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিছিল। তথাপিও প্ৰশ্ন উত্থাপন হয় যে ইমান উচটনিমূলক মানচিত্ৰ কেনেকৈ প্ৰকাশ পালে।

আনহাতে, মানচিত্ৰখনৰ এই বিতৰ্কটো চৰ্চালৈ অহাৰ লগে লগে কংগ্ৰেছে কেন্দ্ৰক পৰামৰ্শ দিছে যে ‘জি-২০ বৈঠকৰ বাবে  জিনপিঙক দিল্লীলৈ আহিবলৈ নিদিব’। কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীয়ে দাবী কৰে যে চীন-ভাৰত সীমান্ত সমস্যাৰ ইতিহাস সাক্ষী, এই জটিলতা সৃষ্টি হৈছে কাৰণ চীনে আমাৰ সীমান্তত আগ্ৰাসী মনোভাৱ দেখুৱাইছে। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ বিভিন্ন ঠাইত আমাৰ মাটি দখল কৰিছে।

লগতে পঢ়ক: ইতিহাসত প্ৰথমবাৰৰ বাবে পাকিস্তানত ভাৰতীয় মিছনৰ নেতৃত্ব দিব এগৰাকী মহিলাই

মনীষ তিৱাৰীয়ে লগতে কয় যে চৰকাৰে গভীৰভাৱে চিন্তা কৰিব লাগে, যদি জিনপিঙক দিল্লীলৈ মাতি অনা হয় তেন্তে ভাৰতৰ আত্মসন্মানত আঘাত নালাগিবনে? আমাৰ দেশৰ ২০০০ বৰ্গ কিলোমিটাৰ অঞ্চল তেওঁ অবৈধভাৱে দখল কৰিছে। চীনৰ এই নতুনকৈ প্ৰকাশিত মানচিত্ৰখন ভাৰত-চীনৰ ইতিহাসৰ লগত কোনো কাৰণতে সামঞ্জস্যপূৰ্ণ নহয়। ভাৰতত তেওঁলোকে অবৈধভাৱে দখল কৰা ভূমি চীনে খালী কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd