• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাকত বোমা বিস্ফোৰণেৰে ৩২৩ জন লোকক হত্যাৰ গোচৰত কাৰ্যকৰী কৰা হ‘ল ৩ জনৰ মৃত্যুদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2023 12:34 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাকত সংঘটিত গাড়ী বোমা আক্ৰমণৰ সৈতে জড়িত তিনিজন লোকক ফাঁচী দিয়া হৈছে। এই ঘটনাত কমেও ৩২৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১০০ জন লোক আহত হৈছিল। এই ঘটনা সংঘটিত হৈছিল ২০১৬ চনত। ২০০৩ চনত আমেৰিকাৰ নেতৃত্বত ইৰাকৰ বিৰুদ্ধে সামৰিক অভিযান চলোৱাৰ পিছত এইটোৱেই আছিল দেশখনৰ ভিতৰতে সৰ্ববৃহৎ বোমা বিস্ফোৰণৰ ঘটনা।

প্ৰধানমন্ত্ৰী মহম্মদ ছিয়া আল চুডানীৰ কাৰ্যালয়ে ফাঁচীৰ কথাটো ঘোষণা কৰে যদিও কাক ফাঁচী দিয়া হ’ল বা কেতিয়া শাস্তি প্ৰদান কৰা হ’ল সেই সন্দৰ্ভত সবিশেষ তথ্য দিয়া হোৱা নাই। অৱশ্যে দেওবাৰ বা সোমবাৰে ফাঁচী দিয়াৰ খবৰ জনোৱা হৈছে।

চৰকাৰী সূত্ৰই জনোৱা মতে, এই আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি ধাৰণা কৰা গাজৱান আল জাউবিও তিনিজনৰ ভিতৰত অন্যতম। ২০২১ চনত গ্ৰেপ্তাৰ কৰি ইৰাকলৈ ঘূৰাই পঠিওৱা হৈছিল জাউবিক।

Apply Now

লগতে পঢ়ক: কংগোত গীৰ্জাত প্ৰাৰ্থনাৰ সময়তে সন্ত্ৰাসবাদীৰ আক্ৰমণ; ১৪ জন লোকৰ মৃত্যু

প্ৰধানমন্ত্ৰীয়ে মৃত্যুদণ্ডৰে দণ্ডিত দোষীসকলৰ পৰিয়ালৰ সদস্যসকলক কয় যে “সন্ত্রাসবাদী বোমা বিস্ফোৰণৰ অভিযোগত অভিযুক্ত তিনিজন মূল দোষীৰ ওপৰত তেওঁলোকৰ অপৰাধৰ মাত্ৰা অনুসৰি “যথাযথ মৃত্যুদণ্ড” আৰোপ কৰা হৈছে৷

২০১৬ চনৰ ৩ জুলাইত ইৰাকৰ ৰাজধানী বাগদাদৰ কাৰাডা অঞ্চলৰ এটা ব্যস্ত শ্বপিং মলৰ কাষত বিস্ফোৰকেৰে ভৰা এখন গাড়ী বিস্ফোৰণ ঘটোৱা হয়। এই অঞ্চলটো প্ৰধানকৈ ছিয়া সম্প্ৰদায় প্ৰধান।

ৰমজান মাহৰ ইফতাৰৰ পিছত শ্বপিং মলত আগন্তুক ঈদৰ বাবে বজাৰ কৰি আছিল মানুহে। উৎসৱমুখৰ পৰিৱেশৰ আনন্দ বিস্ফোৰণে মচি পেলায়। বোমা বিস্ফোৰণৰ পিছতে অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত বহু লোকৰ মৃত্যু হয়।

লগতে পঢ়ক: ইতিহাসত প্ৰথমবাৰৰ বাবে পাকিস্তানত ভাৰতীয় মিছনৰ নেতৃত্ব দিব এগৰাকী মহিলাই

এই ঘটনাৰ পিছতে গৃহ মন্ত্ৰী মহম্মদ গাব্বানে পদত্যাগ কৰে। তেতিয়াৰ প্ৰধানমন্ত্ৰী মুস্তাফা আল কাধিমীয়ে জাউবিক আক্ৰমণৰ আঁৰৰ “মাষ্টাৰমাণ্ড” বুলি অভিহিত কৰি কৈছিল যে তেওঁৰ সহযোগী হিচাপে “আন বহু লোক” আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd