• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

China Torture on Uighurs চীনৰ চোৰাং বজাৰত ব্যাপক হাৰত বিক্ৰী হৈছে উইঘুৰ মুছলমানৰ কিডনি, লিভাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2021 2:59 pm
WhatsApp Image 2021-10-31 at 2.10.30 PM

প্রতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

China Torture on Uighurs চীনত সংখ্যালঘু উইঘুৰ সম্প্ৰদায়ৰ ওপৰত নিৰ্মম নিৰ্যাতনৰ ঘটনাই ইতিমধ্যে বিশ্বক খলকনি তুলিছে। শিক্ষাৰ নামত ডিটেনশ্যন কেম্পত নি দিনৰ পাছত দিন নিৰ্যাতন চলাইছে চীনৰ প্ৰশাসনে।

কিন্তু সেয়াই নহয়, এইবাৰ এক ভয়ংকৰ অভিযোগ উঠিছে। চীনে উইঘুৰ মুছলমানসকলৰ দেহৰ পৰা লিভাৰ, কিডনিৰ দৰে অংগ উলিয়াই বিক্ৰী কৰিছে।

বাতৰি অনুসৰি উইঘুৰসকলৰ লিভাৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ১ কোটি টকাত বিক্ৰী হৈছে। সেইদৰে, তাতকৈ অলপ কম দামত বিক্ৰী হৈছে কিডনি।

Apply Now

অষ্ট্ৰেলিয়াৰ সংবাদমাধ্যমে দাবী কৰা মতে চীনৰ চোৰাং বজাৰত বিক্ৰী হৈ থকা এই চোৰাং অংগ-প্ৰত্যংগৰ বেছিভাগেই দেশখনৰ উইঘুৰ মুছলমানসকলৰ দেহৰ পৰা উলিয়াই অনা।

Also Read: নৃশংস তালিবান: বিয়াঘৰত গান বজোৱাৰ বাবেই ১৩ জনক গুলীয়াই হত্যা

অৱশ্যে, চীনৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ পূৰ্বেও উঠিছিল। ‘চাইনা ট্ৰিবিউনেল’য়ে সদৰী কৰা অভিযোগ মতে চৰকাৰৰ সহযোগতেই বলপূৰ্বক উইঘুৰ মুছলমান তথা আন সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ হাৰ্ট, কিডনি, লিভাৰ সংৰাপোনৰ বাবে কাঢ়ি লোৱা হৈছে।

আনহাতে, চীনে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে। গৱেষণাৰ বাবে মৃত্যুদণ্ডপ্ৰাপ্ত দোষীৰ অংগ কঢ়া ২০১৫ চনতেই বন্ধ কৰা বুলি বেইজিঙে স্পষ্ট কৰি দিছে।  

চীনৰ বিভিন্ন বন্দী শিৱিৰত প্ৰায় ২০ লাখ উইঘুৰ মুছলমানক বন্দী কৰা হৈছে। জিনপিং প্ৰশাসনে দীৰ্ঘদিনে তেওঁলোকৰ মানৱাধিকাৰ ভংগ কৰাৰ অভিযোগ উঠিছে। শিৱিৰত মহিলাসকলক ধৰ্ষণ কৰাৰো অভিযোগ উঠিছে।

Also Read: RSS Plans For Expansion: ২০২৫ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল, কাশ্মীৰত নিজৰ ভেটি মজবুত কৰাৰ পৰিকল্পনা আৰ এছ এছৰ

ইতিমধ্যে ৰাষ্ট্ৰসংঘত চীনৰ বিৰুদ্ধে আমেৰিকাকে ধৰি বিশ্বৰ ৪৩খন দেশে সৰৱ হৈ পৰিছে। বিশেষকৈ ছিনজিয়াং প্ৰদেশত মুছলমান উইঘুৰসকলৰ ওপৰত নিৰ্যাতন বিষয় উত্থাপন কৰিছে ।

তাৰমাজতে পুনৰ চীনৰ বিৰুদ্ধে উইঘুৰসকলৰ দেহৰ পৰা অংগ কাঢ়ি চোৰাং বজাৰত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd