DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘‘চীনে জানে যে আমাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বাৰ্থক লৈ আপোচ কৰিব’’ : ৰাহুল গান্ধী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2021 5:52 pm
270
VIEWS
Share on FacebookShare on Twitter

‘‘চীনে জানে যে আমাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বাৰ্থক লৈ আপোচ কৰিব।’’ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ এইদৰে সমালোচনাত মুখৰ হৈ উঠিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

শনিবাৰে তামিলনাডুৰ থুতকুণ্ডিৰ ভিঅ’চি কলেজৰ এটা অনুষ্ঠানত অংশ লৈ গান্ধীয়ে কয় যে ভাৰতত গণতন্ত্ৰ ‘মৃত’ হৈ পৰিছে।

উল্লেখযোগ্য চীনৰ হাতত ভাৰতৰ ভূমি এৰি দিয়া বুলি কেন্দ্ৰীয় চৰকাৰক গান্ধীয়ে ধাৰাবাহিকভাৱে অভিযোগ তুলি আহিছে।

গান্ধীয়ে কয় যে নিৰ্বাচিত প্ৰতিষ্ঠান আৰু সংবাদমাধ্যমৰ স্বাধিনতাৰ ওপৰত যোৱা ৬ বছ ধৰি প্ৰণালীবদ্ধভাৱে আক্ৰমণ কৰি অহা হৈছে।

এইক্ষেত্ৰত তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক দোষাৰোপ কৰে।

‘‘গণতন্ত্ৰ এটা আঘাটতে মৃত্যু নহয়, ই লাহে লাহে মৃত্যু হয়।’’ গান্ধীয়ে কয়- ‘‘সংসদ, ন্যায়পালিকা, প্ৰেছৰ দৰে প্ৰতিষ্ঠানসমূহে ৰাষ্ট্ৰখনক এক কৰি ৰাখিছে। এখন ৰাষ্ট্ৰৰ ভাৰসাম্য এই প্ৰতিষ্ঠানসমূহৰ মাজেৰে হয়। যদি এই ভাৰসাম্যতাক ধ্বংস কৰা হয়, তেন্তে ৰাষ্ট্ৰখনৰ মৃত্যু হয়।’’

তদুপৰি ইয়াৰ দ্বাৰা ৰাজ্য আৰু কেন্দ্ৰৰ সম্পৰ্কও বিঘ্নিত হৈছে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে।

তেওঁ কয় যে আমি এই প্ৰতিষ্ঠানসমূহক বিজেপি-আৰএছএছৰ পৰা বচাই ৰখা প্ৰয়োজন।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd