DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশক সহায়ৰ বাবে উপস্থিত চীনৰ ক’ৰ’না বিশেষজ্ঞ চিকিৎসকৰ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2020 5:22 pm
1586435761_ppe new

প্ৰতিনিধিত্বমূলক ফটো

2.1k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাৰ বিৰুদ্ধে বাংলাদেশৰ চলি থকা যুদ্ধত সহায় কৰাৰ বাবে চীনে ১০ জনীয়া এটা বিশেষজ্ঞৰ দল বাংলাদেশলৈ প্ৰেৰণ কৰিছে।

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰই এই কথা উল্লেখ কৰে।

চীনৰ বিশেষজ্ঞৰ দলটোৱে বাংলাদেশক ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত সহায় কৰিব।

‘‘চীনৰ বিশেষজ্ঞ দলটোৱে কোভিড-১৯ হাস্পাতাল, কোৱাৰেণ্টাইন কেন্দ্ৰৰ লগতে টেষ্টিং সুবিধা পৰ্যবেক্ষণ কৰিব,’’ বাংলাদেশৰ বৈদেশিক মন্ত্ৰ্যালয়ে প্ৰকাশ কৰে।

আনহাতে, চীনৰ দলটোৱে বাংলাদেশৰ চিকিৎসক সকলক ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত সহায় কৰিব বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, প্ৰয়োজনীয় টেষ্টিং কিটৰ অভাৱৰ বাবে বাংলাদেশত বৰ্তমান সময়ত ক’ৰ’না পৰীক্ষাৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে।

বাংলাদেশত জনবসতি অতি ঘন হোৱা বাবেও ক’ৰ’নাৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে বুলি বিভিন্ন লোক মত প্ৰকাশ কৰিছে।

Recent News

দেশখনত চতুৰ্থটো শক্তিশালী ভূমিকম্প; আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক

দেশখনত চতুৰ্থটো শক্তিশালী ভূমিকম্প; আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd