DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ নিৰাপত্তালৈ ভাবুকি! অৰুণাচল প্ৰদেশৰ নিচেই কাষেৰে চীনে চলাব বুলেট ৰে’ল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2021 4:26 pm
G123 CR400AF-2001
561
VIEWS
Share on FacebookShare on Twitter

লাডাখ সংকটকলৈ ভাৰত আৰু চীনৰ মাজত সংঘাতে চূড়ান্ত পৰ্যায়ত উপনীত হোৱাৰ সময়তে আন এক খবৰে এতিয়া উদ্বিগ্ন কৰি তুলিছে ভাৰত চৰকাৰক।

চীনে শীঘ্ৰেই অৰুণাচল প্ৰদেশৰ নিচেই কাষেৰে চলাব বুলেট ৰে’ল।

সেই মৰ্মে চীনে অৰুণাচল সীমান্তৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ নিলগত অৱস্থিত নিংচি নামৰ অঞ্চলটোৰে নিৰ্মাণ কৰিছে সুদীৰ্ঘ ৰে’ল পথ।

চীনৰ ৰে’ল বিভাগৰ মুৰব্বী লু ডংফুৱে প্ৰকাশ কৰা মতে অৰুণাচলৰ সমীপৱৰ্তী এই অঞ্চলৰ মাজেৰেই বেইজিঙৰ পৰা লাছালৈ চলোৱা হ’ব বুলেট ৰে’ল।

তেওঁ লগতে কয় যে এই অঞ্চলৰ মাজেৰে ৰে’ল পথ নিৰ্মাণৰ কাম ২০১৪ চনৰ পৰাই কৰি থকা হৈছে আৰু এতিয়া সেয়া সম্পূৰ্ণ হৈ উঠিছে।

৪৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথ ছোৱাৰে চলিবলগীয়া বুলেট ৰে’লেই হ’ব লাছালৈ চলা প্ৰথম ইলেকট্ৰিক ৰে’ল।

চলিব বৰ্ষৰ জুন মাহৰ পৰাই ৰে’ল পথ ছোৱাৰে বুলেট  ৰে’ল চলোৱা হ’ব বুলি ডংফুৱে কয়।

ৰে’লপথটো সক্ৰিয় হৈ উঠাৰ পিছতে চীনে যিকোনো মুহূৰ্ততে অৰুণাচললৈ ৰে’লেৰে বিশাল সেনা বাহিনী প্ৰেৰণ কৰিবলৈ সক্ষম হ’ব।

সেয়ে চীনৰ এনে পদক্ষেপে এতিয়া চিন্তাত পেলাইছে ভাৰত চৰকাৰ।

ভাৰতে চীনৰ সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰিবলৈ অৰুণাচল সীমান্তত পূৰ্বতকৈও অধিক সেনা মোতায়েন কৰিব লাগিব বুলি বিভিন্ন জনে মন্তব্য কৰিছে।

চীনে শেহতীয়াকৈ সীমান্ত অঞ্চলৰ যোগাযোগ ব্যৱস্থা অধিক সূচল কৰি তুলিছে।

দেশ খনৰ ভাৰত সংলগ্ন প্ৰায় প্ৰতিটো অঞ্চললৈকে চীনে উন্ন ৰে’ল সেৱা গঢ়ি তুলিবলৈ সক্ষম হৈছে।

যি কথাই ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd