• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ ব্ৰহ্মপুত্ৰ নদৰ ওপৰত বৃহৎ নদী বান্ধ নিৰ্মাণ কৰিব চীনে, অসমলৈ সংকটৰ সংকেত

এন ই নাও নিউজ by এন ই নাও নিউজ
November 30, 2020 10:32 am
a maxresdefault
2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ বিৰুদ্ধে জলবোমা সাজু কৰি ৰখা চীনে এইবাৰ পুনৰ অসমৰ জনজীৱনৰ আয়ূসৰেখা স্বৰুপ ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ নদী বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনলৈ ভাবুকি সৃষ্টি কৰি চীনে নিৰ্মাণ কৰিবলগীয়া এই নদী বান্ধ অৰুণাচলৰ সীমান্তৰ গাতে গা ঘঁহাই সজা হব বুলি জানিব পৰা গৈছে।

চীনৰ চৰকাৰী সংবাদপত্ৰ গ্লোৱেল টাইমছত প্ৰকাশিত বাতৰি অনুসৰি জাতীয় নিৰাপত্তাৰ কথা চিন্তা কৰিয়েই চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মাণৰ সিদ্ধান্ত লৈছে।

বিগত সপ্তাহত বেইজিঙত অনুষ্ঠিত চীনৰ পাৱাৰ কনষ্ট্ৰাকছন কৰ্প’ৰেছনৰ অধ্যক্ষ য়ান ঝিয়ঙে প্ৰকাশ কৰা মতে এই বান্ধ নিৰ্মাণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ  কৰি তোলা হৈছে।

বান্ধটো নিৰ্মাণৰ বাবে চীনৰ চৰকাৰে যোৱা ১৬ অক্টোৱৰতে তিব্বতৰ প্ৰশাসনৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰা বুলি সংবাদপত্ৰ খনত প্ৰকাশ কৰা হৈছে।

ব্ৰহ্মপুত্ৰ নদক চীনত য়াৰলং জাংবো নামেৰে জনা যায়। অৰুণাচলত এই নদৰ নাম ছিয়াং হৈছে।

ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নিৰ্মাণ কৰিবলৈ ওলোৱা বান্ধৰ পৰা বছৰি উৎপাদন হব ৬০০ কোটি কিলোৱাট বিদ্যুৎ।

ব্ৰহ্মপুত্ৰ নদৰ ওপৰত চীনে ইতিমধ্যে বহু কেইটা সৰু-বৰ বন্ধ নিৰ্মাণ কৰিছে।

শেহতীয়াকৈ নিৰ্মাণ কৰিবলৈ ওলোৱা বান্ধটোৱে অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিব।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd