• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অষ্ট্ৰেলিয়াৰ সৈতে শত্ৰুতাৰ পৰিনাম ভূগিব চীনে! কৰ’নাতকৈয়ো হ’ব পাৰে বৃহৎ ক্ষতি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2020 8:51 am
WhatsApp Image 2020-09-06 at 8.17.50 AM

চীনৰ ৰাষ্ট্ৰপতি জিনপিং আৰু অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী স্কট মৰিছন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না অতিমাৰীৰ ফলত চীনে যি ক্ষতিৰ সন্মুখীন হৈছে তাতকৈয়ো অধিক ক্ষতিৰ সম্ভাৱনা দেখা গৈছে।

বাতৰি অনুসৰি, সীমান্তৰ আগ্ৰাসনৰ লগতে দক্ষিণ চীন সাগৰত আধিপত্যৰ ফলত বিশ্বৰ কেইবাখনো দেশৰ ৰোষত পৰিছে চীন।

Apply Now

ইয়াৰ পৰিনাম দেশখনে বৃহৎ ক্ষতিৰে ভৰিব লগীয়া হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে পৰ্যবেক্ষক মহলে।

অষ্ট্ৰেলিয়াৰ উৎপাদিত সামগ্ৰীৰ এক তৃতীয়াংশ চীনলৈ ৰপ্তানি হয়। কৃষিজাত সামগ্ৰীয়েই হওক বা কাৰাখানত উৎপাদিত সামগ্ৰীয়েই হওক চীনে অষ্ট্ৰেলিয়াৰ পণ্য সামগ্ৰীৰ এক বৃহৎ ক্ৰেতা।

সম্প্ৰতি অষ্ট্ৰেলিয়া সমস্যাত পৰিছে। ইয়াৰ উপাদিত সামগ্ৰীৰ আন্তৰ্জাতিক পৰিস্থিতিৰ বাবে যদি ৰপ্তানি হোৱাটো বন্ধ হৈ পৰে তেতিয়া অষ্ট্ৰেলিয়া বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব।

সেইদৰে বৃহৎ খাদ্য সংকটৰ সন্মুখীন হৈ পৰিব চীন। ইতিমধ্যে, পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ বানত বিধ্বস্ত হৈ পৰিছে চীন। এতিয়াও ইয়াৰ প্ৰকোপৰ পৰা ৰক্ষা পৰা নাই দেশখন।

বাতৰি অনুসৰি, চীনৰ প্ৰায় ৬কোটি লোক বানত আক্ৰান্ত হৈছে। প্ৰায় ডেৰ কোটি একৰ ভূমিৰ শস্য বিনষ্ট হৈ পৰিছে।

আনহাতে, কেবল শস্য বিনষ্ট হোৱাই নহয়, আগষ্ট মাহলৈকে পানী জমা হৈ থকাৰ বাবে নতুন কৃষিও সম্ভৱ হোৱা নাই দেশখনত। গতিকেই দেশীয়ভাৱে উৎপাদিত খাদ্য শস্যৰ নাটনি স্পষ্ট হৈ পৰিছে।

চীনৰ বাবে আটাইতকৈ উদ্বিগ্নতাৰ বিষয়টো হৈছে দেশখনে আটাইতকৈ বেছি খাদ্য শস্য ক্ৰয় কৰা আমেৰিকা, অষ্ট্ৰেলিয়া, কানাডা আৰু জাপানৰ দৰে দেশৰ সৈতে বিগত কেইমাহ ধৰি দেশখনৰ সম্পৰ্কত ঘূণে ধৰিছে।

দেখা গৈছে যে যদি আমেৰিকাই চীনলৈ খাদ্য শস্য ৰপ্তানি হ্ৰাস কৰে বা শুল্ক বৃদ্ধি কৰে তেতিয়া চীনৰ বাবে সমস্যা অধিক গভীৰ হৈ পৰিব।

এনেক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ সৈতে চীনে আপোচ সূত্ৰত বান্ধ খোৱাৰ বিকল্প নাথাকিব।

অৱশ্যে, এই মুহূৰ্তত চীনে নাও বুৰিলেও টিঙৰ পৰা ননমাৰ স্থিতিত অটল আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd