• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নেপালৰ প্ৰধান মন্ত্ৰীৰ গাদী সুৰক্ষিত কৰি ৰখাৰ বাবে তৎপৰ কাঠমাণ্ডুস্থিত চীনা ৰাষ্ট্ৰদূত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 7, 2020 9:44 pm

1 min read

নেপালৰ প্ৰধান মন্ত্ৰীৰ গাদী সুৰক্ষিত কৰি ৰখাৰ বাবে তৎপৰ কাঠমাণ্ডুস্থিত চীনা ৰাষ্ট্ৰদূত

চীনা ৰাষ্ট্ৰদূত, উৎস-ইণ্টাৰনেট

562
VIEWS
Share on FacebookShare on Twitter

চীনৰ ৰাষ্ট্ৰদূত হউ য়াংকিয়ে মঙলবাৰে নেপাল কমিউনিষ্ট পাৰ্টিৰ নেতা ঝালা নাথ খানালক সাক্ষাৎ কৰে।

সংকটত পৰা নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিৰ গাদী সুৰক্ষিত কৰি ৰখাৰ বাবে চীনৰ ৰাষ্ট্ৰদূতে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

হউ য়াংকিয়ে বিগত সপ্তাহত নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰী আৰু নেপাল কমিউনিষ্ট পাৰ্টিৰ জেষ্ঠ নেতা মাধৱ কুমাৰ নেপালকো সাক্ষাৎ কৰিছিল।

বৰ্তমানলৈ হউ য়াংকি আৰু অলিক চাপত ৰখা বিৰোধী নেতা প্ৰচণ্ডৰ মাজত কোনোধৰণৰ বৈঠক অনুষ্ঠিত হোৱা নায়। প্ৰচণ্ডই প্ৰধান মন্ত্ৰী অ’লিৰ বিৰুদ্ধে চলা বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছে।

কিন্তু চীনৰ হেচাৰ পাছতো প্ৰচণ্ডই কিমান সময়লৈ অ’লিৰ বিৰুদ্ধে বিদ্ৰোহ চলাই ৰাখিব পাৰে সেয়া সময়তহে দেখা যাব।

নেপালত প্ৰধান মন্ত্ৰী অ’লিৰ গাদীৰ প্ৰতি শংকাৰ সৃষ্টি হোৱাৰ পাছতে চীনা ৰাষ্ট্ৰদূত হউ য়াংকিয়ে নেপালৰ আভ্যন্তৰীণ ৰাজনীতিত সক্ৰিয় হৈ উঠিছে।

আনহাতে, নেপাল চৰকাৰৰ তৰফৰ পৰা চীনা ৰাষ্ট্ৰদূতৰ নেপাল কমিউনিষ্ট পাৰ্টৰ নেতা সকলৰ সৈতে হোৱা বৈঠক সমৰ্থন কৰি চীনে নেপালৰ কমিউনিষ্ট পাৰ্টি বিপদত পৰাটো নিবিচাৰে বুলি কয়।

চীনৰ লগতে ভাৰতেও নেপালৰ আভ্যন্তৰীণ ৰাজনীতিৰ উত্থান পতনত তীক্ষ্ন দৃষ্টি ৰাখিছে।

Recent News

coalmining-750x375

মেঘালয়ৰ কয়লা খনিত দুৰ্ঘটনাত নিহত অসমৰ ৬ শ্ৰমিক

WhatsApp-v-Facebook-Messenger-950402

হোৱাটছএপতকৈয়ো অধিক বিপদজনক মেছেঞ্জাৰ! কি কয় বিশেষজ্ঞই?

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত টীম ইণ্ডিয়াৰ প্ৰশংসাত পঞ্চমুখ নৰেন্দ্ৰ মোদী

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত টীম ইণ্ডিয়াৰ প্ৰশংসাত পঞ্চমুখ নৰেন্দ্ৰ মোদী

a japan

ক’ৰ’ণাতংকৰ বাবে বাতিল হোৱাৰ দিশে ট’কিঅ’ অলিম্পিক! গোপন বৈঠকত বহিল জাপানৰ চৰকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd