• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীন-ভাৰতৰ সংঘাতৰ মাজতে নেপাল ভ্ৰমণ কৰিব চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 28, 2020 4:52 pm

1 min read

aa defence-minister
13.8k
VIEWS
Share on FacebookShare on Twitter

লাডাখ প্ৰসংগকলৈ চীনৰ সৈতে ভাৰতৰ সংঘাত চলি থকাৰ মাজতে নেপাল যাত্ৰাৰ বাবে সাজু হৈছে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেং।

আজি নেপাল চৰকাৰৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে।নেপাল চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে ২৯ নৱেম্বৰৰ দিনা অৰ্থাৎ কাইলৈ চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেঙে এদিনীয়া ভ্ৰমণসূচীলৈ নেপাললৈ আহিব।

চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ লগতে দেশ খনৰ সেনা প্ৰধান পূৰ্ণচন্দ্ৰ থাপাৰ সৈতে আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে ভাৰতৰ বিদেশ সচিব হৰ্ষবৰ্ধন শ্ৰিংলাই দুদিনীয়া ভ্ৰমণসূচীৰে নেপাল ভ্ৰমণ কৰি অহাৰ পিছতে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে নেপাল ভ্ৰমণ কৰিবলৈ ওলোৱা কথা বিশেষ তাৎপৰ্য বহন কৰিছে।

শেহতীয়াকৈ নেপালে ভাৰতৰ বহু অঞ্চল সামৰি প্ৰকাশ কৰা নতুন মানচিত্ৰক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল।

ইয়াৰ মাজতে চীনে নেপালক ভাৰতৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে। চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ প্ৰস্তাৱিত নেপাল ভ্ৰমণে সেয়ে বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd