• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰোনা ভাইৰাছৰ পৰা বিশ্বক প্ৰথম সতৰ্ক কৰি দিয়া চীনৰ চিকিৎসকগৰাকীৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2020 10:34 am
doctor_li_1581008434_618x347

চিকিৎসক লী বেনলিয়াংগৰ ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰোনা ভাইৰাছ সম্পৰ্কে সৰ্ব প্ৰথম বিশ্বক সতৰ্ক কৰি দিয়া চিকিৎসক লী বেনলিয়াংগৰ বৃহস্পতিবাৰে মৃত্যু হয়।

চীনৰ চৰকাৰী বাতৰি কাকত গ্লোবেল টাইমছৰ বাতৰি অনুসৰি ডাঃ লী বেনলিয়াংগৰ মৃত্যুও ক’ৰোনা ভাইৰাছৰ ফলতে হৈছে।

Apply Now

যেতিয়া চীনৰ বুহান চহৰত ক’ৰোনা ভাইৰাছৰ খৱৰ লুকুৱাবলৈ চেষ্টা কৰা হৈছিল, তেতিয়া ডাঃ লী বেনলিয়াংগে হাস্পাতলৰ পৰা ভিডিঅ’ প’ষ্ট কৰি ক’ৰোনা ভাইৰাছ সম্পৰ্কে লোকক সজাগ কৰি দিছিল।

ইয়াৰ পাছত চীনৰ স্থানীয় স্বাস্থ্য বিভাগে ৩৪ বছৰীয়া ডাঃ লী বেনলিয়াংগক সোধপোছ কৰিছিল।

আনকি, বুহান আৰক্ষীয়ে ডাঃ লী বেনলিয়াংগলৈ জাননীও জাৰি কৰিছিল আৰু তেওঁক ছচিয়েল মিডিয়াৰ জৰিয়তে ভুল খৱৰ প্ৰচাৰ কৰাৰ বাবে দোষী সাৱ্যস্ত কৰিছিল।

ক’ৰোনা বাইৰাছত আক্ৰান্ত হোৱাৰ পাছত ডাঃ লী বেনলিয়াংগ যোৱা ১২ জানুৱাৰিত হাস্পাতালত ভৰ্তি হ’বলগীয়া হয়।

এজন ৰোগীৰ সংস্পৰ্শলৈ অহাৰ পাছতে তেওঁ ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল।

ডাঃ লী বেনলিয়াংগে বিগত ৩০ ডিচেম্বৰত এক চ্যাট গ্ৰুপত তেওঁৰ সহযোগী চিকিৎসকলক এই ভাইৰাছৰ ভয়াবহতাৰ বিষয়ে লিখি খৱৰ প্ৰেৰণ কৰিছিল।

ডাঃ লী বেনলিয়াংগক তেওঁৰ বন্ধু চিকিৎকসকলক কৈছিল যে তেওঁ এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ এক বিশেষ ধৰণৰ কাপোৰ পিন্ধে।

বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ চিকিৎসক ডাঃ লী বেনলিয়াংগৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

আনহাতে, চীনৰ পৰা সংক্ৰমণ ঘটা ক’ৰোনা ভাইৰাছক লৈ ভাৰতত সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰা হৈছে। চীন, জাপান, ছিংগাপুৰ আৰু থাইলেণ্ডৰ পৰা অহা লাখ লাখ যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd