DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আমেৰিকাৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ ভাৰতক ধমকি চীনৰ মিডিয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2020 3:39 pm
15.4k
VIEWS
Share on FacebookShare on Twitter

লাডাখৰ প্ৰকৃত নিয়্ন্ত্ৰণ ৰেখাৰ তিনি ঠাইৰ পৰা ভাৰত আৰু চীন দুই দেশে সেনা প্ৰত্যাহাৰ কৰিলেও সীমান্তৰ উত্তেজনা এতিয়াও শাম কটা নাই।

সীমা কেন্দ্ৰিক বিবাদ চলি থকাৰ মাজতেই চীনৰ চৰকাৰী মিডিয়াই গ্লোবেল টাইমছ মুখপত্ৰৰ জৰিয়তে ভাৰতক ধমকি প্ৰদান কৰিছে।

গ্লোবেল টাইমছে কয় যে ভাৰতে নিজৰ ঘৰুৱা সমস্যাত গুৰুত্ব আৰোপ কৰক।

চীনৰ কাকতখনে কেৱল পুৰণি নীতি সলনি কৰাই নহয় আমেৰিকাৰ পৰাও দূৰত্ব বজাই ৰাখিবলৈ ভাৰতক আহ্বান জনায়।

মুখপত্ৰখনে চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ প্ৰৱক্তাৰ মন্তব্যৰ আধাৰত কয় যে চীন আৰু ভাৰতৰ তৰফৰ পৰা সীমাত চলি থকা উত্তেজনা কম কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।

গ্লোবেল টাইমছে লগতে কয় যে সীমা বিবাদ কম কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপে দুয়োখন দেশৰ মাজত পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে বাণিজ্যিক ক্ষেত্ৰতো দুয়োখন দেশক সহায় কৰিব।

ইয়াৰ উপৰি কাকতখনে কয় যে যদিহে সীমা কেন্দ্ৰিক বিবাদৰ অন্ত নপৰে তেন্তে দুয়োখন দেশৰ মাজত থকা সম্পৰ্ক উন্নতিৰ সুযোগ খুব কম হৈ পৰিব।

Recent News

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd