• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

‘ভাৰত মণ্ডপম’ত অনুষ্ঠিত নৈশভোজত চীনৰ ৰাষ্ট্ৰপতিৰ অনুপস্থিতিৰ কোনো আনুষ্ঠানিক ব্যাখ্যা দিয়া হোৱা নাই।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 13, 2026 8:59 am
378
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দিল্লীত অনুষ্ঠিত ১৮ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপতি, প্ৰতিনিধি আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ বিষয়াসকলৰ সন্মানত এক বিশেষ ৰাজকীয় নৈশভোজৰ (গালা ডিনাৰ) আয়োজন কৰে। অৱশ্যে সেই নৈশভোজত এটা ডাঙৰ ছন্দপতন দেখা গৈছিল। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় আৰু কূটনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰা প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণত আয়োজন কৰা এই অনুষ্ঠানত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে অংশগ্ৰহণ কৰা নাছিল।

‘ভাৰত মণ্ডপম’ত অনুষ্ঠিত নৈশভোজত চীনৰ ৰাষ্ট্ৰপতিৰ অনুপস্থিতিৰ কোনো আনুষ্ঠানিক ব্যাখ্যা দিয়া হোৱা নাই। অৱশ্যে সূত্ৰৰ পৰা জানিব পৰা মতে, শীৰ্ষ সন্মিলনত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ নিজৰ হোটেললৈ উভতি গৈ জিৰণি লয়।

আনহাতে, আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেখ খালেদ বিন মহম্মদে শীৰ্ষ সন্মিলন সম্পূৰ্ণ কৰি দেশলৈ উভতি যোৱা বাবে নৈশভোজত উপস্থিত থাকিব নোৱাৰিলে। অৱশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ব্ৰিকছ মিত্ৰজোঁটৰ অন্যান্য শীৰ্ষ নেতাসকলে আনন্দৰে এই নৈশভোজত অংশগ্ৰহণ কৰে।

Apply Now

ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নিৰ্মলা সীতাৰমণ, পীয়ুষ গোৱেল, অশ্বিনী বৈষ্ণৱ আৰু শিৱৰাজ সিং চৌহানৰ লগতে বিভিন্ন ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী উপস্থিত থাকে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ লগতে যোগী আদিত্যনাথ, দেৱেন্দ্ৰ ফাড়নৱীছ, শুভেন্দু অধিকাৰী, হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিকো দেখা গৈছে।

নৈশভোজত নিমন্ত্ৰিত মন্ত্ৰীসকলৰ বাবে সুকীয়া সুকীয়া টেবুলৰ ব্যৱস্থা কৰা হৈছিল, য’ত বিশ্ব মঞ্চৰ প্ৰতিনিধিসকলে তেওঁলোকৰ সৈতে সন্ধিয়াৰ আড্ডাত যোগ দিছিল। বহাৰ ব্যৱস্থা এনেদৰে সজোৱা হৈছিল যাতে অতিথিসকলে সুস্বাদু খাদ্য উপভোগ কৰিব পাৰে আৰু লগতে মুকলি পৰিৱেশত কূটনৈতিক আৰু দ্বিপাক্ষিক আলোচনাও কৰিব পাৰে।

গালা ডিনাৰ মেনুত পৰম্পৰাগত আৰু আধুনিক ভাৰতীয় নিৰামিষ খাদ্যৰ ব্যৱস্থা কৰা হৈছিল। মূল মেনুত আছিল খাণ্ডভি মিলে-ফেউইল, কুম্ভ গালোটি, পনীৰ লাবাবদাৰ, গুচি মাৰ্মিক, গাজৰ-বীন প’ৰিয়েল আৰু পুষ্টিকৰ বজ্ৰাৰ পোলাও। খাদ্যৰ শেষত ডেজাৰ্টটো আছিল পুৰণি দিল্লীৰ বিখ্যাত ফ্ৰুট ক্ৰীমৰ লগতে জিলেপি আৰু সুস্বাদু শ্বাহতুত ফিৰণি।

উল্লেখ্য যে ১২ আৰু ১৩ ছেপ্টেম্বৰত ভাৰতত অনুষ্ঠিত হোৱা এই ঐতিহাসিক ব্ৰিকছ সন্মিলনত মিত্ৰজোঁটৰ ১১খন সদস্য দেশ আৰু ১০খন সহযোগী দেশৰ শীৰ্ষ নেতাসকলৰ লগতে বিভিন্ন বিশ্বখ্যাত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd