• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনত গৰ্ভস্থ কেঁচুৱাৰ জিনীয় সম্পাদনেৰে চাঞ্চল্য সৃষ্টি কৰা চিকিৎসা-বিজ্ঞানীক কাৰাদণ্ড

যমজ শিশুকেইটাৰ দেউতাকৰ পৰা এইচ্ছ আই ভি সংক্ৰমণ ৰোধৰ প্ৰয়াস কৰিছিল বুলি দাবী অভিযুক্ত চিকিৎসকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2019 7:25 pm
Dr He

ডা: হী। উৎস : ইণ্টাৰনেট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হী জিয়ানকুই- প্ৰায় এবছৰ আগতে জন্মৰ পূৰ্বে কেঁচুৱাৰ জিনীয় সালসলনি কৰা বুলি ঘোষণাৰে বিশ্বক সচকিত কৰা এই নামৰ চীনৰ গৱেষক বিজ্ঞানীজনক তিনি বছৰৰ কাৰাদণ্ড দিয়া হৈছে।

বিশ্বত প্ৰথম উদাহৰণ চিকিৎসাবিজ্ঞানীজনৰ এই “অনৈতিক” কামে বিশ্বৰ বিজ্ঞানী সমাজত আলোড়ন তুলিছিল আৰু তাৰ পিছতে এই ঘটনাটোৰ তদন্ত আৰম্ভ হৈছিল। কাৰাদণ্ডৰ লগতে তেওঁক ৪,৩০,০০০ ডলাৰৰ জৰিমনাও বিহা হয়।

Apply Now

দক্ষিণ-পূব চীনৰ এখন আদালতে গৱেষকজনক দোষী সাব্যস্ত কৰে আৰু ৩০ ডিচেম্বৰত শাস্তি ঘোষণা কৰে। দেশখনৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠান জিনহুৱাই কয়, তদন্তত পোহৰলৈ আহে যে সন্তান আশা কৰা দম্পতীটোক নিযুক্তিৰ বাবে চিকিৎসক গৱেষকজনে এথিক্স ৰিভিউ ব’ৰ্ডৰ পৰা ভুৱা অনুমোদন নথি ব্যৱহাৰ কৰিছিল।

উল্লেখযোগ্য যে দম্পতীটোৰ পুৰুষজন এইচ্ছ আই ভি সংক্ৰমিত আছিল।

৩৫ বছৰীয়া ডা: হীয়ে কৈছিল যে তেওঁ কেঁচুৱাকেইটা (যমজ)ৰ গালৈ এইচ্ছ আই ভি সংক্ৰমণ ৰোধ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু চৰকাৰী বাতৰি প্ৰতিষ্ঠানটোৱে কৈছে, তেওঁ দম্পতীটো আৰু চিকিৎসা কৰ্তৃপক্ষ উভয়কে একেদৰে প্ৰতাৰণা কৰিছিল।

যোৱা বছৰ হংকঙত এখন সভাত ডা: হীয়ে বিশ্বত প্ৰথম তেৱেঁ জিনীয় সম্পাদন ঘটোৱা শিশু (দুটি যমজ কন্যা শিশু) সৃষ্টি কৰা বুলি ঘোষণা কৰিছিল।

৩০ ডিচেম্বৰত এই বাতৰিটো প্ৰকাশ কৰা চৰকাৰী সংবাদ প্ৰতিষ্ঠানটোৱে আগৰ ঘটনাৰ বিষয়ে প্ৰকাশ নকৰাকৈ কয় যে তেওঁৰ কামে তৃতীয়টো জিনীয় সালসলনি ঘটোৱা শিশুৰ সৃষ্টি কৰিছিল। ঘটনা

“অভিযুক্তই খ্যাতি আৰু লাভৰ অভিপ্ৰায় লৈ বৈজ্ঞানিক আৰু চিকিৎসা গৱেষণাৰ সংশ্লিষ্ট ৰাষ্ট্ৰীয় আইন ইচ্ছাপূৰ্বক উলংঘা কৰিছে আৰু বৈজ্ঞানিক আৰু চিকিৎসা নীতিৰ অন্তিম সীমা অতিক্ৰম কৰিছে”, জিনহুৱাত আদালতৰ ভাষ্যৰ উদ্ধৃতি।

আদালতে ডা: হীৰ লগতে তেওঁক সহযোগিতা কৰা আন দুজনৰ এজনক ২বছৰ আৰু আনজনক ডেৰ বছৰ কাৰাদণ্ড দিয়ে।

ডা: হীৰ ঘোষণাই তেওঁক বৈজ্ঞানিক সমাজৰ দ্বাৰা বৰ্জিত কৰাইছিল আৰু চীনৰ বৈজ্ঞানিক উচ্চাকাংক্ষাৰ উৎকট ৰূপটো দৃশ্যমান কৰিছিল।

আনকি আমেৰিকাৰ হীৰ সৈতে সম্পৰ্ক থকা চিকিৎসা বিজ্ঞানীসকলকো এই ঘটনাই সাঙুৰি পেলাইছিল। আমেৰিকাত ডা: হীৰ আঁচনিবোৰৰ বিষয়ে অৱগত একাধিক বিজ্ঞানী তদন্তৰ সন্মুখীন হয়।

যদিও হীয়ে তেওঁৰ দাবীৰ সপক্ষে কোনো প্ৰমাণ দাঙি ধৰিব পৰা নাছিল বা তেওঁ কি কৰিলে তাৰ স্পষ্ট প্ৰমাণ কৰিব পৰা কোনো সাক্ষ্য বা তথ্য বিনিময় কৰা নাছিল, তেওঁৰ সতীৰ্থসকলৰ মত হ’ল, তেওঁ সফল হোৱাটো সম্ভৱ।

এটা সূত্ৰৰ মতে, জিনীয় সম্পাদনেৰে তৃতীয়টো শিশু জন্ম দিওৱাৰ বাবে কাম কৰি আছিল ডা: হীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd