• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৮ কিলোমিটাৰ ভাৰতৰ ভিতৰত প্ৰৱেশ কৰিছে চীনা সৈন্যই : অস্বীকাৰ কৰা নাই নতুন দিল্লীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2020 8:12 am
index.jpg45

প্ৰতিনিধিত্বমূলক ফ'টো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখৰ ভাৰত-সীমান্তৰ উত্তেজনাক লৈ এতিয়াও বিৰোধী দল কংগ্ৰেছ সৰৱ হৈ আছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ অভিযোগ কৰিছে যে চীনে ভাৰতৰ ভূখণ্ড দখল কৰিছে। এই অভিযোগ নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰেয়ী চৰকাৰে স্বাকীৰ নাইকৰা যদিও অস্বীকাৰ কৰিবও পৰা নাই।

Apply Now

কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ আৰু লাডাখৰ বিজেপি সাংসদ জাময়াংগ ছেৰিং নামগ্যেলে ৰাহুল গান্ধীক প্ৰত্যাক্ৰমণ কাৰি কালি উভতি ধৰি কৈছিল যে চীনে ভাৰতৰ অনেক ভূখণ্ড দখল কৰিছে আৰু সেয়া কংগ্ৰেছ চৰকাৰৰ আমোলত দখল কৰা অঞ্চল।

পুনৰ উভতি ধৰি ৰাহুল গান্ধীৰ দাবী, ‘চীনে লাহে লাহে আহি আমাৰ ভূখণ্ড দখল কৰি পেলাইছে।’

কিন্তু মিথ্যাচাৰৰ আশ্ৰয় লৈ ৰবি শংকৰ প্ৰসাদ বা বিজেপি সাংসদে এই কথা লুকুৱাই ৰাখিছে বুলি দাবী ৰাহুল গান্ধীৰ। তেওঁ লগতে কয় ‘লাডাখত চীনে ভাৰতৰ ভূমি দখল কৰা নাই বুলি তেওঁলোকে দাবী কৰিব পৰা নাই।’

ইফালে ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ যে পাংগং লেকৰ চাৰি নম্বৰ ফিঙ্গাৰৰ পৰা আঠ নম্বৰ ফিঙ্গাৰলৈকে গোটেই অঞ্চল মে’ মাহৰ পৰাই চীনা সৈন্যই দখল কৰি আছে আৰু অঞ্চলটোটত ভাৰতীয় সেনাৰ তহলদাৰী বন্ধ আছে।

উল্লেখ্য যে, যোৱা ৫ মে’ত পাংগং লেক অঞ্চলত ভাৰত আৰু চীন সেনাৰ মাজত সংঘাত আৰম্ভ হৈছিল।

ইয়াৰ পিছতে শনিবাৰৰ পৰা দুই দেশৰ সেনাৰ কামাণ্ডাৰ স্তৰত বৈঠক আৰম্ভ হৈছে আৰু ভাৰত আৰু চীনে লাডাখৰ গলৱান ভেলীৰ তিনি ঠাই ক্ৰমে ১৪ আৰু ১৫ নম্বৰ তহলদাৰী অঞ্চল আৰু গোগৰা হটস্প্ৰিংৰ ১৭ নম্বৰ তহলদাৰী অঞ্চলৰ পৰা মুখামুখি অৱস্থানৰত দুই দেশৰ সেনাবাহিনীক পিছুৱাই আনিছে।

ইয়াৰ পিছতে কালি বেইজিঙে জনাইছে যে কূটনৈতিক আৰু সামৰিক স্তৰৰ আলোচনাৰ ঐক্যমত অনুযায়ী দুই পক্ষই এই কাম কৰিছে।

কিন্তু ভাৰতীয় সেনাই দাবী কৰিছে যে গাংগং লেকৰ উত্তৰ পাৰৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি এতিয়াও অব্যাহত আছে।

সেই ঠাইত প্ৰকৃত নিয়্ন্ত্ৰণ ৰেখাৰ ৮ কিলোমিটাৰ অতিক্ৰম কৰি চীনা সৈন্যই ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছে।

এপ্ৰিলত সীমান্তৰ যি পৰিস্থিতি আছিল সেই স্থিতাৱস্থা অটুত থকাটো ভাৰতে বিচাৰিছে। কিন্তু চীনা সৈন্যই ভাৰতীয় সেনাৰ এই প্ৰস্তাৱ অগ্ৰাহ্য কৰি আহিছে।

নতুন দিল্লীয়ে দাবী কৰিছে যে নিয়ন্ত্ৰণ ৰেখাৰ সংলগ্ন অঞ্চলত চীনে মোতায়েন কৰা প্ৰায় ১০ হাজাৰ সেনা, কামান ও টেংক আদি প্ৰত্যাহাৰ কৰি পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনক।

ইফালে ডোকলাম অঞ্চলৰ পৰা দুই দেশৰ সেনাক সংঘাতময় পৰিস্থিতিৰ পৰা আঁতৰি আহিবলৈ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে চৰকাৰী বিবৃতিৰল যোগে আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd