• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 21, 2021 7:36 pm

1 min read

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ
215
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ উজনি সোঁৱণশিৰি জিলাত চীনে গাঁও স্থাপন কৰাক লৈ বৃহস্পতিবাৰে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই চীনৰ সম্প্ৰসাৰণবাদী নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই এইক্ষেত্ৰত শীঘ্ৰে কেন্দ্ৰ চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবেই আহ্বান জনায়।

সোমবাৰে অৰুণাচল প্ৰদেশৰ আভ্যান্তৰত চীনে ১০১ টা ঘৰ নিৰ্মাণেৰে গাঁও স্থাপন কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ অধ্যক্ষ হাৱা বাগাঙে অৰুণাচল প্ৰদেশ ভাৰতৰ অভিন্ন অংগ হিচাপে উল্লেখ কৰাৰ লগতে ৰাজ্যৰ সকলো নাগৰিক গৌৰৱিত ভাৰতীয় বুলি কয়।

‘‘যদিহে দেশে বিচাৰে অৰুণাচল প্ৰদেশৰ যুৱ সমাজে দেশৰ প্ৰতিৰক্ষাৰ বাবে হাতত মৰাণাস্ত্ৰ তুলি লবলৈয়ো বদ্ধপৰিকৰ,’’ হাৱা বাগাঙে লগতে কয়।

সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ উপৰিও বৃহস্পতিবাৰে উজনি সোৱণশিৰি জিলা বাসীয়ো চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চীনা ৰাষ্ট্ৰপতি ঝি ঝিনপিঙৰ পুত্তলিকা দাহ কৰে।

Recent News

a chutiya

বিজেপিক বিশ্বাসঘাতক আখ্যা চুতীয়া ছাত্ৰ সন্থা-চুতীয়া যুৱ সন্মিলনৰ

a bride

শোকাৱহ: বিয়াৰ মণ্ডপতে কান্দি কান্দি মৃত্যুক সাৱটিলে কইনাই

EvPfmf1UYAQC2A_

কিয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰি দিল্লীলৈ গ’ল নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুষ্মিতা দেব?

accident jaiguru

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰভাৱে আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd