DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনে বিচাৰি চলাথ কৰিছে দেশখনৰে এগৰাকী মহিলা ভাইৰ’লজিষ্ট লী মেঙক, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2020 10:49 am
covid-19.1.751758
634
VIEWS
Share on FacebookShare on Twitter

চীনৰ সেনাৰ লগতে চোৰাংচোৱাই বিচাৰি ফুৰিছে দেশখনৰে এগৰাকী মহিলা ভাইৰ’লজিষ্ট ডাঃ লী মেং য়ানক।

মহিলা ভাইৰ’ল’জিষ্ট গৰাকীক বিচাৰি চীনৰ সেনাই দেশখনৰ বিভিন্ন স্থানত আচম্বিতে চলাইছে তালাচী।

কিন্তু ক’তোৱেই সন্ধান পোৱাই নাই এইগৰাকী মহিলা ভাইৰ’লজিষ্টৰ।

সৌসিদিনালৈ চীনৰ চৰকাৰৰ নয়নৰ মণি হৈ থকা ভাইৰ’লজিষ্ট লী মেং য়ান এতিয়া চীনৰ বাবে মহা শত্ৰু।

কাৰণ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছ সম্পৰ্কে বহু গোপন তথ্য ফাদিল কৰি দিছে।

এইগৰাকী মহিলা ভাইৰ’লজিষ্ট য়ানেই প্ৰথমবাৰৰ বাবে বিশ্ববাসীক জনাই দিছিল যে ক’ৰ’ণা ভাইৰাছ প্ৰকৃতিয়ে সৃষ্টি কৰা ভাইৰাছ নহয়।

এই ভাইৰাছ সৃষ্টি কৰা হৈছে চীনৰ ওহানৰ গৱেষণাগাৰত।

ওহানৰ গৱেষণাগাৰৰ পৰাই সমগ্ৰ বিশ্বত বিয়পি পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছ।

ওহানৰ মাংসৰ বজাৰত প্ৰথমে এই ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল বুলি উল্লেখ কৰি চীনৰ ভাইৰ’লজিষ্ট গৰাকীয়ে কৈছিল যে মাংসৰ বজাৰলৈ ভাইৰাছ আহিছিল পৰীক্ষাগাৰৰ পৰাই।

ব্ৰিটেইনৰ এটা টেলিভিছন চেনেলৰ ‘লুজ ৱমেন’ শীৰ্ষক অনুষ্ঠানত চীনা ভাইৰ’লজিষ্টগৰাকীয়ে ওহানৰ গৱেষণাগাৰতে ক’ৰ’ণা ভাইৰাছ সৃষ্টি কৰা হৈছিল বুলি প্ৰকাশ কৰাৰ পিছতে তেওঁৰ জীৱনলৈ আহি পৰে চৰম ভাবুকি।

ফলত আত্মগোপন কৰিবলৈ বাধ্য হয় তেওঁ।

শেহতীয়াকৈ পুনৰ কোনো এক অজ্ঞাত স্থানৰ পৰা মেং য়ানে প্ৰেৰণ কৰা এক ভিডিঅ’ত পুনৰ কৈছে যে ক’ৰ’ণা ভাইৰাছ সন্দৰ্ভত চীনে মিছা মাতি আহিছে,যাৰ পৰিণাম ভুগিবলগীয়া হৈছে সমগ্ৰ মানৱ জাতিয়ে।

চীনৰ কৰ্মকাণ্ডক তেওঁ সভ্যতাৰ বাবে অভিশাপ বুলিও কৈছে।

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd