• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চুতীয়া জাতিক ঘোৰ অপমানৰ অভিযোগ : সতী সাধনীৰ ছবি সম্বলিত ফলক দলিয়ালে জিলা প্ৰশাসনে

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
April 21, 2021 1:02 pm
IMG_20210421_120120
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সাত বহাগ। অৰ্থাৎ আজিৰ দিনটোতেই পালন কৰা হ’য় চুতীয়া জাতিৰ বীৰাংগনা সতী সাধনী দিৱস।

আজি এই বিশেষ দিনটোতেই পুনৰবাৰ উচ্ছেদ কৰা হ’ল গোলাঘাট জিলা চুতীয়া ছাত্ৰসন্থাৰ অৰ্ধনিৰ্মিত ঘৰটো।

Apply Now

সদৌ চুতীয়া ছাত্র সন্থাৰ সভাপতি মহেন বৰাৰ অভিযোগ অনুসৰি দলিয়াই দিয়া হ’ল সতী সাধনীৰ ছবি সম্বলিত ফলক। যিটো জাতিটোৰ বাবেই ঘোৰ অপমানসূচক এক গৰ্হিত কাৰ্য।

প্ৰসঙ্গক্ৰমে উল্লেখ্য যে, গোলাঘাট চহৰৰ ভিআইপি ৰোডৰ এডোখৰ ভূমিত চুতীয়া ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যালয় নিমাৰ্ণৰ বাবে ভূমি  আবণ্টন বিচাৰি গোলাঘাট জিলা প্ৰশাসনৰ ওচৰত আবেদন জনোৱাৰ সমান্তৰাল ভাৱে উক্ত ভূমিত এটা ঘৰ নিৰ্মাণ কৰে যদিও আজি কিছু দিনৰ পূৰ্বে গোলাঘাট জিলা প্ৰশাসনে ঘৰটো ভাঙি পেলায়।

ইয়াৰ পাছতে চুতীয়া ছাত্ৰ সন্থাই ঘৰটো পুনৰ নিৰ্মাণ কৰে যদিও আজি সতী সাধনী দিৱসৰ দিনাৰ পুৱাই আহি জিলা প্ৰশাসনে পুনৰ ঘৰটো ভাঙি পেলোৱাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সভাপতি মহেন বৰাই ক্ষোভেৰে কয় যে এফালে চৰকাৰে সৰুপথাৰত সাধনী দিৱস পাতিছে আনফালে গোলাঘাটত সাধনীৰ চিত্ৰ সম্বলিত ফলক-দলিয়াই চুতীয়া জাতিটোক ঘোৰ অপমান কৰিছে।

তেওঁ আৰু কয় গোলাঘাট চহৰৰ বহু স্থানত বেদখল হৈ আছে। কিন্তু সেইবোৰ প্ৰশাসনে নেদেখাৰ ভাও ধৰি বাৰম্বাৰ চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়টো লক্ষ্য কৰি লৈছে। জিলা প্ৰশাসনৰ এনে কাৰ্য সহ্য কৰা নহ’ব বুলিও তেওঁ লগতে জিলা প্ৰশাসনক সৰ্তক কৰি দিয়ে।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm
‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

October 27, 2026 2:39 pm
ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

October 27, 2026 1:16 pm
অসুস্থতাৰ নাটক, দুৱাৰ খোলাৰ লগে লগে আক্ৰমণ! তামিলনাডুৰ কাৰাগাৰৰ পৰা পলাল ১৭ জন কয়দী

অসুস্থতাৰ নাটক, দুৱাৰ খোলাৰ লগে লগে আক্ৰমণ! তামিলনাডুৰ কাৰাগাৰৰ পৰা পলাল ১৭ জন কয়দী

October 27, 2026 12:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm
‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

October 27, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd