• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত! নিশিতা গোস্বামী, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভাক চি আই ডিৰ তলব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2025 1:31 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিংবদন্তি সংগীত শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্তৰ বাবে অভিনেত্ৰী নিশিতা গোস্বামী, কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰ গোস্বামীক শনিবাৰে (২৭ ছেপ্টেম্বৰ) পুৱা ১১ বজাত চিআইডিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত জেৰাৰ বাবে মাতি অনা হৈছে।

বাতৰি অনুসৰি, জুবিনৰ ছিংগাপুৰ ভ্ৰমণৰ পৰিস্থিতি আৰু তাৰ পিছত হোৱা মৰ্মান্তিক কাণ্ডৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্যা দিবলৈ তিনিওজনক মাতি অনা হৈছে।

Apply Now

উল্লেখ্য যে যিটো সাংস্কৃতিক অনুষ্ঠানত জুবিনে তেওঁৰ আকস্মিক মৃত্যুৰ পূৰ্বে অংশগ্ৰহণ কৰিছিল, সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল (এন ই আই এফ)ত অংশগ্ৰহণৰ বাবে নিশিতা গোস্বামীও ছিংগাপুৰলৈ গৈছিল।

ইপিনে, পূৰ্বে আটক কৰা আৰু পিছত অসম আৰক্ষীয়ে মুকলি কৰি দিয়া শেখৰ গোস্বামীক আকৌ এবাৰ অধিক জেৰাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

সেইদৰে, নৰ্থইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰলৈ যোৱা জুবিনৰ সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভাকো ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে মাতি অনা হৈছে।

বিতৰ্কিত সাংস্কৃতিক উদ্যোগী শ্যামকানু মহন্তই আয়োজন কৰা এই অনুষ্ঠানটো শোকাৱহ দুৰ্ঘটনাৰ পিছতে তদন্তৰ আওতালৈ আহিছে। ছিংগাপুৰ ভ্ৰমণৰ সময়ত জুবিনৰ পৰ্যাপ্ত যত্ন লোৱা হোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে।

সমগ্ৰ অসমৰ অনুৰাগী আৰু শুভাকাংক্ষীসকলে অভিযোগ কৰে যে মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকে ধৰি সাংস্কৃতিক অনুষ্ঠানটোৰ আয়োজকসকলে শিল্পীগৰাকীৰ স্বাস্থ্য আৰু যত্নৰ পৰিৱৰ্তে লাভক অগ্ৰাধিকাৰ দিছিল।

ৰাইজৰ ব্যাপক ক্ষোভৰ উদ্গীৰণ দেখি অসম চৰকাৰে ইতিমধ্যে মহন্তক ৰাজ্যত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd