• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সকলো প্ৰস্তুতি সম্পূৰ্ণ! : ক’ৰ’ণাতংকৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তত পুনৰ খুলিব চিনেমা হল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 15, 2020 8:28 am

2 min read

index.jpg
2k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাতংকৰ মাজতে প্ৰায় ৭ টা মাহৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত চিনেমা হলসমূহ পুনৰ খোলাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

উল্লেখ্য যে ক’ৰ’ণা প্ৰতিৰোধৰ বাবে যোৱা ২২ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে দেশজুৰি বলৱৎ কৰা লকডাউনৰ সময়ৰে পৰা দেশৰ সকলোবোৰ চিনেমা হল বন্ধ হৈ আছে।

দেশত আনলক আৰম্ভ হোৱাৰ পৰাই দেশৰ চিনেমা হলসমূহ পুনৰ খোলাৰ সম্পৰ্কে যথেষ্ট চৰ্চা আৰু উৎকণ্ঠাৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছিল।

ইফালে বৃহস্পতিবাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে কিছুমান নীতি নিৰ্দেশনা আৰু প্ৰট’কলৰ মাজেৰে মাল্টিপ্লেক্স চিনেমা হলসমূহ পুনৰ খুলিবলৈ অনুমতি প্ৰদান কৰিছে।

অৱশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সম্পৰ্কে ৰাজ্য চৰকাৰসমূহক শেষ সিদ্ধান্ত লোৱাৰ অধিকাৰ প্ৰদান দিছে।

অৰ্থাৎ ৰাজ্যসমূহে কেতিয়াৰ পৰা চিনেমা হলসমূহ পুনৰ খুলিব তাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰসমূহে ল’ব পাৰিব। ইয়াৰ পিছতে দেশৰ কিছুসংখ্যক ৰাজ্যই চিনেমা হলসমূহ পুনৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ক’ৰ’ণাতংকৰ উৎকণ্ঠাৰ মাজতে দেশৰ কেবাখনো ৰাজ্যই চলিত সপ্তাহৰ পৰাই চিনেমা হলসমূহ পুনৰ খোলাৰ বাবে অনুমতি প্ৰদান কৰিছে।

সেই অনুসৰি দেশৰ মহাৰাষ্ট্ৰ, তামিলনাডু, কেৰালা, ছত্তিশগড় আৰু অসম আদি ৰাজ্যত চিনেমা হলসমূহ বন্ধ থাকিব যদিও উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, দিল্লী আৰু গুজৰাট আদিকে কৰি কেবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত চলিত সপ্তাহৰ পৰাই চিনেমা হলবোৰ পুনৰ খোলা হ’ব।

ইফালে পিভিআৰ-এ জনাইছে দেশৰ ১০ খন ৰাজ্য আৰু চাৰিখন কেন্দ্ৰীয় শাসিত অঞ্চলত চলিত সপ্তাহৰ পিভিআৰ-এ চিনেমাৰ দৰ্শনী আৰম্ভ কৰিব।

উল্লেখ্য যে দেশৰ ৭১ চহৰত ১৭৬ টা পিভিআৰ মাল্টিপ্লেক্সত ৮৪৫ খন স্ক্ৰীণ আছে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd