DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2018 9:27 pm
01-12-18-Guwahati-forum-Against-Citizenship-Act-Amendment-Bill-Press-meet-3-750x375

নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ নেতৃত্ব। ফাইল ফটো : ইউ বি

258
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ। বিদেশী হিন্দু অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰই জাৰি কৰা তিনিখন জাননি খাৰিজ কৰিবলৈ মঞ্চৰ হৈ ড০ হীৰেন গোঁহাই, হৰেকৃষ্ণ ডেকা আৰু মনজিৎ মহন্তই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে।

শেহতীয়াভাৱে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় অত্যাচাৰৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা লোকৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা তিনিখন জাননিক প্ৰত্যাহ্বান জনাই মঞ্চই সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

আৱেদনকাৰী কেইজনে কেন্দ্ৰই জাৰি কৰা এই তিনিখন জাননি ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ পৰিপন্থী আৰু ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ বিৰোধী বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে যোৱা ১ ডিচেম্বৰত গুৱাহাটীত এখন সংবাদমেলত অসমৰ খিলঞ্জীয়াৰ ব্যাপক বিৰোধৰ সন্মুখীন হোৱা বিজেপি চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা ঘোষণা কৰিছিল বুদ্ধিজীৱী হীৰেন গোহাঁই নেতৃত্বাধীন নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই।

উক্ত সংবাদমেলত ড০ গোহাঁইয়ে বিধেয়কখনৰ পৰা  ‘বাংলাদেশ’ৰ নামটো বাদ দিয়াৰ প্ৰস্তাৱ দিয়াৰ পাছতো অসমত বিৰোধিতা নোহোৱাক কেন্দ্ৰ কৰি উদ্বিগ্নতা প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে  অসমৰ আন্দোলনক ভয় কৰি তথা অসমৰ ৰাইজক আশ্বস্ত কৰিবলৈ বাংলাদেশৰ নামটো বাদ দিয়াৰ প্ৰস্তাৱ আহিছে।

তদুপৰি, বাংলাদেশৰ নামটো বিধেয়কৰ পৰা বাদ দিলেও অসমীয়াৰ আন্দোলন তথা ক্ষোভ সেইবোৰৰ কোনো অৰ্থ নাথাকিব বুলি তেওঁ মন্তব্য কৰিছিল। গোহাঁইয়ে স্পষ্ট কৰি দিছিল যে ‘অসমবাসীৰ প্ৰতিবাদৰ প্ৰধান কাৰণ আছিল এইটোৱেই যে বিধেয়কখনে ভাৰতৰ  ধৰ্ম নিৰপেক্ষতাত আঘাত হানিব।’

চৰকাৰে বিধেয়কখনৰ বিৰুদ্ধে অসমত প্ৰবল জনমত গঢ়ি উঠাৰ মাজতে তিনিখন জাননি জাৰি কৰি ধৰ্মীয় অত্যাচাৰৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা বিদেশী লোকক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।

নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই আজি এই তিনিখন জাননিক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ইয়াক খাৰিজ কৰাৰ বাবে আবেদন জনায়।

Recent News

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result 2022

HS Result 2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd