• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“হেংদাং নহয় বন্দুক লৈ সৰ্বা-হিমন্তক প্ৰত্যুত্তৰ দিবলৈ গাত শক্তি আছে অসমীয়া ডেকাৰ”

হুংকাৰ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ তথা নাগৰিকত্ব বিধেয়কবিৰোধী ৭০টা সংগঠনৰ নেতা ৰুবুল দাসৰ।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 12, 2019 9:29 pm
Citizenship Bill: BJP Govt instigates non-violent protesters to take up arms, says Rubul Das
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হেংদাং নহয় বন্দুক লৈ সৰ্বা-হিমন্তক প্ৰত্যুত্তৰ দিবলৈ গাত শক্তি আছে অসমীয়া ডেকাৰ, মঙলবাৰে এই হুংকাৰ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ।

“ক’লা পতাকা দেখুওৱা, বিভিন্ন গণতান্ত্ৰিক আন্দোলন পুলিছ-মিলিটেৰিৰ হতুৱাই দমন কৰিছে চৰকাৰখনে। প্ৰয়োজন হ’লে হেংদাং নহয়, হাতত বন্দুক উঠাই লৈ সৰ্বানন্দ, হিমন্ত বিশ্বক প্ৰত্যুত্তৰ দিবলৈ অসমীয়া ডেকাৰ গাত শক্তি আছে,” দীঘলীপুখুৰী পাৰৰ অৱস্থান ধৰ্মঘট থলীত মন্তব্য নাগৰিকত্ব বিধেয়কবিৰোধী ৭০টা সংগঠনৰ অন্যতম নেতাজনৰ।

Apply Now

দাসে লগতে কয় যে গণতান্ত্ৰিক আন্দোলনৰ ওপৰত অসমৰ যুৱ প্ৰজন্মই আস্থা আৰু বিশ্বাস হেৰুৱাই পেলাইছে আৰু অপ্ৰিয় হ’লেও সত্য এই কথা।

বিতৰ্কিত বিধেয়কখন গৃহীত কৰাবলৈ বিজেপি চৰকাৰৰ অহৰহ চেষ্টাৰ ফলত ইতিমধ্যে অসমৰ বহু যুৱকে হাতত অস্ত্ৰ তুলি লোৱা বুলি দাবী কৰি দাসে কয় চৰকাৰ এই দিশত আৰু আগবাঢ়িলে পৰিস্থিতি অধিক ভয়াৱহ হ’ব।

“হাতত অস্ত্ৰ অথবা বন্দুক লৈ আন্দোলন কৰিবলৈ ৰাষ্ট্ৰযন্ত্ৰই বাধ্য কৰাইছে। বিধেয়ক গৃহীত হোৱাৰ পাছত অসমৰ পৰিস্থিতি কিমান ভয়ংকৰ হ’ব সেই কথা বিজেপি চৰকাৰে গমি-পিতি চোৱা ভাল,” দাসে কয়।

গণতান্ত্ৰিক প্ৰতিবাদ নুবুজা বিজেপি চৰকাৰে মুখ্য মন্ত্ৰী বা মন্ত্ৰীসকলৰ ঘৰ ভাঙি দিয়া, গাড়ী জ্বলাই দিয়াৰ দৰে অগণতান্ত্ৰিক কাৰ্য্যসূচী ল’বলৈ বাধ্য কৰাইছে নেকি বুলিও প্ৰশ্ন কৰে দাসে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd