• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীৰ ডাউন টাউনৰ ট্ৰেফিক পইন্টৰ সমীপত চিটি বাছ দুৰ্ঘটনাগ্ৰস্ত : প্ৰায় ৩০ জন যাত্ৰী আহত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 20, 2018 7:02 am
bus accident

গুৱাহাটীৰ জালুকবাৰীৰ সমীপত দুৰ্ঘটনাত নিহত এগৰাকী মহিলা। ফটো : নৰ্থইষ্ট নাও

182
VIEWS
Share on FacebookShare on Twitter

আজি পুৱতি নিশা প্ৰায় ৪ বজাত গুৱাহাটীৰ ডাউন টাউনৰ ট্ৰেফিক পইন্টৰ সমীপত এখন চিটী বাছ দুৰ্ঘটনাগ্ৰস্ত হয়। এ এছ ০১-জি চি ৬৭০৫ নম্বৰৰ শ্ৰী কৃষ্ণ নামৰ চিটী বাছখন খানাপাৰাৰ পৰা কাছাৰী অভিমুখে আহি থাকোতে দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে চিটী বাছ খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এজোপা চেগুণ গছত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত হতাহতৰ সংখ্যা সম্পৰ্কত প্ৰত্যক্ষদৰ্শী লোক বিশেষ অৱগত নহয় যদিও দিচপুৰ আৰক্ষীয়ে জানিব দিয়া মতে প্ৰায় ৩০ জন যাত্ৰী আহত হৈছে।

bus accident.jpg 2
চেগুণ গছত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হোৱা চিটী বাছখন। ফটো : নৰ্থইষ্ট নাও

দুৰ্ঘটনাটোত আহত হোৱা সকলক ততাতয়াকৈ ওচৰতে থকা জি এন আৰ চি হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে আহত লোকসকলৰ  পৰিচয় লাভ কৰিব পৰা হোৱা নাই।

দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ মালিকৰ নাম হৰেন বৰা বুলি জানিব পৰা গৈছে।

আনহাতে, ঘটনাৰ বিৱৰণী অনুসৰি আন এখন বিবাহ যাত্ৰীৰ গাড়ীয়ো একে দিশৰ পৰা আহি আছিল। উক্ত গাড়ীখনৰ বাওঁফালৰ আগৰ টায়াৰটো পাংচাৰ হোৱাত গাড়ীখন বাওঁফাললৈ গুচি অহাত পিছপিনৰ পৰা অহা আনখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাওঁফালে থকা চেগুণ গছ ডালত খুন্দা মাৰে।

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ আটাইকেইজন যাত্ৰী কম বেছি পৰিমাণে আহত হৈছে। এখনে বিবাহ যাত্ৰী কঢ়িয়াই অনাৰ বিপৰীতে আনখনে বলবম যাত্ৰী কঢ়িয়াই আনিছিল।

ইপিনে  দুৰ্ঘটনাটোত কিছু গুৰুতৰভাৱে আহতসকলক জি এম চি এইচলৈ প্ৰেৰণ কৰাৰ কথা জানিব পৰা গৈছে। বিবাহ যাত্ৰী কঢ়িয়াই অনা বাহনখন বৰ্তমান দিচপুৰ থানাত ৰখা হৈছে যদিও আনখন গাড়ী উদ্ধাৰৰ বাবে দু’ঘন্টা ধৰি চেষ্টা চলাই থকা হৈছে।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd