• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোজা বাঢ়িছে, পৰ্যাপ্ত আদালত হ’লেহে ন্যায় পোৱা সম্ভৱ: দেশৰ মুখ্য ন্যায়াধীশ ৰামানা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2022 5:47 pm
দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা।

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ন্যায় ব্যৱস্থাৰ বিলম্বক লৈ দীৰ্ঘদিনীয়া অভিযোগ আছে। এইবাৰ এই বিষয়টোকলৈ মুখ খুলিছে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই। ন্যায়াধীকৰণসমূহৰ খালী পদৰ সমস্যাটো দাঙি ধৰি মুখ্য ন্যায়াধীশগৰাকীয়ে দাবী কৰে যে ন্যায় ব্যৱস্থাত বোজা বৃদ্ধি পাইছে।

মুখ্য ন্যায়াধীশ ৰামানাই কয় যে গোচৰ নিষ্পত্তি কৰাৰ বাবে পৰ্যাপ্ত আদালত থাকিলেহে ন্যায় পোৱাটো সম্ভৱ।

তেলেংগানা ষ্টেট জুডিচিয়েল অ’ফিচাৰ্ছ কনফাৰেন্স-২০২২ৰ উদ্বেধনী অধিৱেশনত ভাষণ দি মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, ’’ন্যায় বিভাগৰ আন্তৰ্গাঁথনি আৰু খালীপদ পূৰণৰ বিষয়টো অত্যন্ত উদ্বেগজনক। ন্যায় বিচাৰ তেতিয়াহে পোৱাটো সম্ভৱ যেতিয়া আমাৰ পৰ্যাপ্ত সংখ্যক আদালত থাকিব। ইতিমধ্যে আমাৰ বিচাৰ প্ৰক্ৰিয়াত অতিৰিক্ত বোজা বৃদ্ধি পাইছে।‘’

Apply Now

মুখ্য ন্যায়াধীশ গৰাকীয়ে বিচাৰ প্ৰক্ৰিয়াৰ আন্তৰ্গাঁথনিৰ অভাৱৰ কথা উল্লেখ কৰে। চলিত বছৰৰ আৰম্ভণিতে বিভিন্ন ন্যায়াধীকৰণত খালী পদ পূৰণৰ বাবে উচ্চতম ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিছিল। কিন্তু সেয়া বাস্তৱায়িত নোহোৱাত তাকলৈ তেওঁ প্ৰশ্ন তোলে। তেওঁৰ মতে সৰ্বোচ্চ আদালতৰ নিৰ্দেশক আমোলাতন্ত্ৰই খুউব সাধাৰণভাৱে লৈছে’।

২০১১ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে ন্যায়াধীকৰণ সংস্কাৰ অধ্যাদেশ-২০২১ বাতিল কৰিছিল। এই অধ্যাদেশত বিভিন্ন ন্যায়াধীকৰণৰ সদস্যসকলৰ পৰিসেৱা তথা ম্যাদৰ চৰ্তসমূহ নিৰ্দ্ধাৰণ কৰিব বিচৰা হৈছিল।

ইয়াৰ পিছত ন্যায়াধীকৰণৰ খালীপদ পূৰণৰ সমস্যাটো তুলি ধৰা আবেদনৰ শুনানিৰ সময়ত সৰ্বোচ্চ আদালতখনে একাধিকবাৰ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

যোৱা বছৰৰ আগষ্টত এইটো উনুকিয়াই দি মুখ্য ন্যায়াধীশগৰাকীয়ে কৈছিল, ’’আমি যি ধাৰণা লাভ কৰিছো সেয়া হ’ল আমোলাতন্ত্ৰই ন্যায়াধীকৰণ নিবিচাৰে।‘’

মুখ্য ন্যায়াধীশগৰাকীয়ে দাবী কৰিছিল যে চৰকাৰে তেওঁৰ ধৈৰ্ষৰ পৰীক্ষা লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd