• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CJI Ramana: ৰাতি উজাগৰে কাম কৰিব লাগে, পৰিয়ালৰ সৈতে সময় কটোৱাৰ আহৰি নাথাকে: দেশৰ মুখ্য ন্যায়াধীশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2022 9:16 am
দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা। ফাইল ফটো।

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা। ফাইল ফটো।

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

CJI Ramana says Judges spend sleepless nights বহুতেই ভাবে যে ন্যায়াধীশ বা ন্যায়াধীশসকলৰ জীৱন বৰ সহজ। কিন্তু এইটো যে শুদ্ধ নহয় সেয়া ব্যক্ত কৰিলে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই। ৰাঁচীৰ নেশ্যনেল ইউনিভাৰ্চিটি অফ ষ্টাডি এণ্ড ৰিচাৰ্ছ ইন ল- ত মুখ্য ন্যায়াধীশগৰাকীয়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ন্যায়াধীশৰ জীৱন কিমান যে কঠিন সেয়া নিজৰ বক্তৱ্যৰ জৰিয়তে দাঙি ধৰে।

তেওঁ কয়, “এগৰাকী ন্যায়াধীশৰ জীৱন সহজ নহয়। ন্যায়াধীশসকলে সপ্তাহৰ শেষ আৰু বন্ধৰ দিনবোৰতো কাম কৰে। বেছিভাগ সময়তে গুৰুত্বপূৰ্ণ পাৰিবাৰিক অনুষ্ঠানকে ধৰি জীৱনৰ বহু আনন্দ উপভোগ কৰিব নোৱাৰে।‘’

লগতে পঢ়ক: Meghalaya Crime & Politics: মেঘালয়ৰ প্ৰভাৱশালী বিজেপি নেতাৰ বিৰুদ্ধে ঘৰতে পতিতালয় চলোৱাৰ অভিযোগ

Apply Now

মুখ্য ন্যায়াধীশগৰাকীয়ে নিজৰ অনুভূতিৰ কথা প্ৰকাশ কৰি কয়, “মাজে মাজে মই ভাবো যে মোৰ নাতি-নাতিনীয়ে মোক ভালকৈ চিনিব পাৰিবতো!”

কেৱল সেয়াই নহয় মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে এগৰাকী বিচাৰক বা ন্যায়াধীশে গোচৰ এটাৰ ৰায় প্ৰদান কৰিবলৈ কিমান কঠোৰ পৰিশ্ৰম কৰিব লগা হয় সেই কথাও উল্লেখ কৰে।

তেওঁ কয়, “প্ৰতি সপ্তাহত ১০০ কৈও অধিক গোচৰৰ বাবে প্ৰস্তুতি চলাব লগীয়া হয়। দুয়োপক্ষৰ যুক্তি শুনি স্বতন্ত্ৰভাৱে গৱেষণা কৰি তাৰপিছতহে গোচৰৰ ৰায়দান কৰা হয়।‘’

তদুপৰি, এগৰাকী জ্যেষ্ঠ ন্যায়াধীশে বিভিন্ন প্ৰশাসনিক দায়িত্বও চম্ভালিব লগীয়া হয় বুলি তেওঁ উল্লেখ কৰে। কেৱল সেয়াই শেষ নহয়, তেওঁ কয়, “এগৰাকী বিচাৰক বা ন্যায়াধীশে নিশা সাৰে থাকি গোচৰৰ নথিপত্ৰ পঢ়ি টোকা প্ৰস্তুত কৰিব লাগে। ইয়াৰ বাবে ঘণ্টাৰ পিছত ঘন্টা পাৰ হৈ যায়। বেছিভাগ দিনেই মাজনিশা কাটি যায়।‘’

লগতে পঢ়ক: Monkeypox: বৃদ্ধি পাইছে মাঙ্কিপক্সৰ সংক্ৰমণ; স্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা WHOৰ

আনহাতে, মুখ্য ন্যায়াধীশগৰাকীয়ে তেওঁৰ বক্তৱ্যৰ সময়ত ন্যায়াধীশসকলৰ ওপৰত হোৱা বৰ্ধিত আক্ৰমণকলৈও উদ্বেগ প্ৰকাশ কৰে। এই সন্দৰ্ভত তেওঁ দেশৰ ন্যায়পালিকা শক্তিশালী কৰাৰ লগতে ন্যায়াধীশসকলক অধিক ক্ষমতা প্ৰদান কৰাৰ পৰামৰ্শ দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “ন্যায়পালিকা ক্ষতিগ্ৰস্ত হ’লে গণতন্ত্ৰ ক্ষতিগ্ৰস্ত হয়।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd