• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Meghalaya Crime & Politics: মেঘালয়ৰ প্ৰভাৱশালী বিজেপি নেতাৰ বিৰুদ্ধে ঘৰতে পতিতালয় চলোৱাৰ অভিযোগ

এন ই নাও নিউজ, শ্বিলং by এন ই নাও নিউজ, শ্বিলং
July 24, 2022 8:11 am
বার্নার্ড মাৰাক।

বার্নার্ড মাৰাক।

16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

BJP vice president’s farmhouse used as brothel মেঘালয় বিজেপিৰ উপ-সভাপতিৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ। আৰক্ষীয়ে দাবী কৰা মতে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বাৰ্ণাৰ্ড মাৰাকৰ ফাৰ্ম হাউচটো পতিতালয় হিচাপে ব্যৱহাৰ কৰা হৈছিল।

শেহতীয়াকৈ আৰক্ষীয়ে গাৰো পাহাৰৰ ঘৰটোত তালাচী চলাই ২৪ গৰাকী নাবালিকাকে ধৰি ৬৮ জন লোকক জিম্মাত লৈছে। বৃহৎ সংখ্যক গৰ্ভনিৰোধক দৰৱো উদ্ধাৰ কৰা হৈছে। ঘৰৰ বিভিন্ন কোঠাত বন্দী হৈ থকা কেইবাটাও শিশুকো উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

এতিয়ালৈকে এই ঘটনা সন্দৰ্ভত গেৰুৱা দলটোৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Apply Now

লগতে পঢ়ক: Monkeypox: বৃদ্ধি পাইছে মাঙ্কিপক্সৰ সংক্ৰমণ; স্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা WHOৰ

আৰক্ষী সূত্ৰই জনোৱা মতে যোৱা  ২৮ ফেব্ৰুৱাৰীত এটা অভিযোগ দাখিল কৰা হৈছিল। এজন লোকে জনাইছিল যে তেওঁৰ নাবালিকা ছোৱালীজনী এসপ্তাহধৰি সন্ধানহীন হৈ আছে। অলপতে এজন আত্মীয়ই নাবালিকাগৰাকীক এজন সন্দেহজনক ব্যক্তিৰ সৈতে দেখা পায়। তাৰপিছতে সেই সন্দেহজনক ব্যক্তিক আটক কৰি আৰক্ষীক গতাই দিয়া হয়।

আৰক্ষীয়ে নাবালিকাগৰাকীৰ ভাষ্য লিপিবদ্ধ কৰে। নাবালিকাগৰৰাকীয়ে কয় যে তাই এজন বন্ধুৰ সৈতে ৰিম্পু বাগানৰ এখন ফাৰ্ম হাউচলৈ গৈছিল। তাত এটা কোঠা ভাড়া লৈছিল। তাইক তাত কেইবাবাৰো যৌন নিৰ্যাতন কৰা হৈছিল।

লগতে পঢ়ক: Russia-Ukraine War: ৰাছিয়াৰ হাতত হেৰুওৱা ভূমি পুনৰুদ্ধাৰৰ পূৰ্বে নহয় কোনো যুদ্ধবিৰতি: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি

ইপিনে, তদন্ত চলোৱা আৰক্ষীয়ে শুকুৰবাৰে নিশা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বাৰ্ণাৰ্ড মাৰাকৰ ফাৰ্ম হাউচত তালাচী চলায়। তেতিয়াই সেই ঘৰটোত বহু অপৰাধমূলক কাৰ্যকলাপ চলি থকাৰ কথা পোহৰলৈ আহে। যাৰ ভিতৰত অন্যতম  হৈছে যৌনতাৰ বেহা।

আৰক্ষীয়ে ফাৰ্ম হাউচটোৰ পৰা ৫০০ পেকেট গৰ্ভনিৰোধক ঔষধ জব্দ কৰিছে। আনহাতে, আৰক্ষীয়ে জানিবলৈ দিয়া মতে পাঁচটি শিশুক এটা পৰিত্যক্ত লেতেৰা ঘৰৰ পৰা উদ্ধাৰ কৰা হয়। ইয়াৰে চাৰিজন ল’ৰা আৰু এজনী ছোৱালী।

মেঘালয়ৰ বৰ্তমানৰ বিজেপি উপ সভাপতিগৰাকী এসময়ত এটা নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ অধ্যক্ষ আছিল। তেওঁৰ বিৰুদ্ধে ২৫ টা অপৰাধমূলক গোচৰ আছে।

লগতে পঢ়ক: kangaroo courts এইবাৰ সংবাদমাধ্যম আৰু ছ’চিয়েল মিডিয়াক এজাউৰি দিলে মুখ্য ন্যায়াধীশ ৰামানাই

এই ঘটনাৰ পিছতে বিজেপিয়ে ৰাজ্যখনৰ ৰাজনীতিত এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ অনুমান কৰা হৈছে।

এন ই নাও নিউজ, শ্বিলং

এন ই নাও নিউজ, শ্বিলং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd