• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Russia-Ukraine War: ৰাছিয়াৰ হাতত হেৰুওৱা ভূমি পুনৰুদ্ধাৰৰ পূৰ্বে নহয় কোনো যুদ্ধবিৰতি: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2022 10:22 am
ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনেস্কি।

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনেস্কি।

14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Zelensky says no ceasefire without recovering land ৰাছিয়াই যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা ইউক্ৰেইনত বিশেষ সামৰিক অভিযান চলাই আহিছে। পশ্চিমৰ দেশসমূহৰ সমৰ্থন লাভ কৰা ইউক্ৰেইনে শক্তিশালী ৰাছিয়াৰ হাতত দেশখনৰ কিছু অঞ্চল হেৰুৱাইছে।

ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে এই অঞ্চলসমূহৰ নিয়ন্ত্ৰণ পুনৰ নিজৰ হাতলৈ অনাৰ পূৰ্বে ৰাছিয়াৰ সৈতে কোনো যুদ্ধবিৰতিৰ সম্ভাৱনা অস্বীকাৰ কৰিছে।

লগতে পঢ়ক: Sri Lanka New Prime Minister: শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে দীনেশ গুণাৱৰ্ধনে

Apply Now

শুকুৰবাৰে ৱাল ষ্ট্ৰীট জাৰ্নেলক দিয়া এক সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে হেৰুওৱা অঞ্চলসমূহ পুনৰুদ্ধাৰ নকৰাকৈ ৰাছিয়াৰ সৈতে কৰা যুদ্ধবিৰতিয়ে কেবল যুদ্ধখন দীঘলীয়াহে কৰিব।

তেওঁ সতৰ্ক কৰি দি কয় যে যিকোনো যুদ্ধবিৰতিয়ে ইউক্ৰেইনৰ অধিকৃত অঞ্চলৰ ওপৰত ৰাছিয়াক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। ইয়াৰ লগতে এইটোৱে ৰাছিয়াক এক নতুন সংঘৰ্ষত লিপ্ত হ’বলৈ উৎসাহিত কৰিব। তদুপৰি, এই চুক্তিয়ে মস্কোক পৰৱৰ্তী পৰ্যায়ৰ যুদ্ধৰ পৰিকল্পনা কৰিবলৈ সুযোগ আনি দিব। 

লগতে পঢ়ক: পশ্চিম বংগত ইডি- ৰ অভিযানত তৃণমূল মন্ত্ৰীৰ ঘনিষ্ঠ সহযোগীৰ ঘৰত ওলাল ২০ কোটি টকাৰ নগদ ধন

ইপিনে, জেলেনস্কিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাই মোবিলিটি আৰ্টিলাৰী ৰকেট চিষ্টেমছৰ বিষয়ে উল্লেখ কৰি এই অস্ত্ৰসমূহ প্ৰয়োজনতকৈ অতি কম যোগান ধৰা হৈছে বুলি জানিবলৈ দিয়ে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “আমি বিশ্বাস কৰোঁ যে আমি প্ৰথমে ৰাছিয়াৰ হাতত হেৰুওৱা হোৱা অঞ্চলসমূহ মুক্ত কৰিব লাগিব। তেতিয়া আমি সিদ্ধান্ত লম আমি পৰৱৰ্তী শতিকাত কেনেকৈ জীয়াই থাকিব পাৰোঁ।‘’

তেওঁ কয় যে ৰাছিয়াৰ বিমান আক্ৰমণৰ পৰা বাচি থাকিবলৈ ইউক্ৰেইনক আৰু অধিক প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰয়োজন।

লগতে পঢ়ক: Nirav Modi’s Assets Seized: হংকঙত নীৰৱ মোডীৰ ২৫০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে ইডিয়ে

আনহাতে, শুকুৰবাৰে (২২ জুলাই) ৰাছিয়া আৰু ইউক্ৰেইনে কৃষ্ণ সাগৰেৰে খাদ্যশস্য ৰপ্তানিৰ এক ঐতিহাসিক চুক্তিত উপনীত হয়। ইয়াৰ জৰিয়তে বিশ্ব সাম্ভাব্য খাদ্য সংকটৰ পৰা মুক্ত হ’ব বুলি আশা কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd