DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Monkeypox: বৃদ্ধি পাইছে মাঙ্কিপক্সৰ সংক্ৰমণ; স্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা WHOৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2022 7:07 am
110
VIEWS
Share on FacebookShare on Twitter

Monkeypox declared a global health emergency বিশ্বৰ বিভিন্ন দেশত অত্যন্ত সংক্ৰামক মাঙ্কিপক্স দ্ৰুতগতিত বিয়পিছে। কেইদিনমান পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই (WHO) সতৰ্ক কৰি দিছিল যে এতিয়াই সাৱধান নহ’লে মাঙ্কিপক্সে কৰোনাৰ দৰে এক ভয়ংকৰ ৰূপ ল’ব পাৰে।

ইয়াকে লৈ বিশ্ব স্বাস্থ্য সংস্থাই এইবাৰ জৰুৰীকালীন অৱস্থা (Global Health Emergency) ঘোষণা কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ হৈ সংগঠনটোৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰিয়াচাছে কয়, “মাঙ্কিপক্সে সমগ্ৰ বিশ্বতে উদ্বেগ বৃদ্ধি কৰিছে। এইবাৰ ইয়াকলৈ স্বাস্থ্যক্ষেত্ৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হ’ল।‘’

এতিয়ালৈকে বিশ্বৰ ৭৫ খন দেশত ১৬,০০০ লোক এই ৰোগত আক্ৰান্ত হৈছে। পাঁচজন লোকৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা কম যদিও মাঙ্কিপক্সৰ সংক্ৰমণ ক্ষমতাই আশংকা বৃদ্ধি কৰিছে।

"So in short, we have an outbreak that has spread around the world rapidly, through new modes of transmission, about which we understand too little and which meets the criteria in the International Health Regulations."-@DrTedros #monkeypox

— World Health Organization (WHO) (@WHO) July 23, 2022

মাঙ্কিপক্স ভাইৰাছত আক্ৰান্ত লোকৰ লক্ষণবোৰৰ ভিতৰত আছে জ্বৰ, মুৰৰ বিষ, পিঠি আৰু ডিঙিত বিষ, খজুৱতি, অৱসাদ আৰু গোটেই শৰীৰত দাগ।

প্ৰথমতে চিকিৎসকসকলে  এই ৰোগটো ‘ড্ৰপলেট’ৰ জৰিয়তে বিয়পা বুলি ভাবিছিল। তেনে ক্ষেত্ৰত, শ্বাসনলী, ঘা, নাক, মুখ বা চকুৰ মাজেৰে এজন ব্যক্তিৰ শৰীৰত মাঙ্কিপক্স ভাইৰাছ প্ৰৱেশ কৰে।

অৱশ্যে এতিয়া চিকিৎসকসকলে ধাৰণা কৰে যে ভাইৰাছটো যৌন সম্পৰ্কৰ জৰিয়তেও বিয়পিব পাৰে। 

Recent News

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

Odisha train accident

উৰিষ্যাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা: চিবিআই তদন্ত আহ্বান ৰে’ল মন্ত্ৰালয়ৰ

'Yamuna Jiye Abhiyan' Manoj Misra

‘যমুনা জিয়ে অভিযান’ ৰ মূল হোতা পৰিৱেশকৰ্মী মনোজ মিশ্ৰৰ মৃত্যু

Under construction bridge collapse

উন্নয়নৰ নমুনা! খহি পৰিল ১,৭০০ কোটি টকীয়া নিৰ্মীয়মান দলং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd