• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘জুইৰ লগত খেলিলে আঙুলি পুৰিব’, দেশৰ ধনী-ক্ষমতাশালী মহলক সকীয়নি সৰ্বোচ্চ ন্যায়ালয়ৰ

কঠোৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্য্যাতনৰ অভিযোগৰ ন্যায়িক দিশ বিচাৰ কৰি থকা তিনিজনীয়া বিশেষ বিচাৰপীঠ।

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2019 5:55 pm
CJI Ranjan Gogoi case: Supreme Court tells rich and powerful to ‘stay out’

ন্যায়াধীশত্ৰয় আৰ এফ নৰিমন, দীপক গুপ্তা আৰু অৰুণ মিশ্ৰ। ছবি সৌজন্য-- ভাৰতৰ উচ্চতম ন্যায়ালয়।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্য্যাতনৰ অভিযোগৰ ন্যায়িক দিশ বিচাৰ কৰি থকা তিনিজনীয়া বিশেষ বিচাৰপীঠে বৃহস্পতিবাৰে দেশৰ ধনৱান আৰু শক্তিশালী মহললৈ বুলি কঠোৰ সাৱধানবাণী প্ৰেৰণ কৰিছে।

“যোৱা তিনি, চাৰি বছৰত অনুষ্ঠানটো (সৰ্বোচ্চ ন্যায়ালয়)ক যিধৰণে ব্যৱহাৰ কৰা হৈছে, ই মৰি যাব। এটা প্ৰণালীবদ্ধ চেষ্টা/ খেল চলিছে।…..দেশৰ ধনৱান আৰু ক্ষমতাশালীসকলক কোৱাৰ সময় আহি গৈছে যে জুইৰ লগত খেলিলে তেওঁলোকৰে আঙুলি পুৰিব,” এয়া বৃহস্পতিবাৰৰ শুনানিত সৰ্বোচ্চ ন্যায়ালয়ৰ সকীয়নি।

Apply Now

ন্যায়াধীশ অৰুণ মিশ্ৰ, ন্যাঃ ৰহিন্তন ফলি নৰিমন আৰু ন্যাঃ দীপক গুপ্তাৰ তিনিজনীয়া বিচাৰপীঠখনে ন্যায়পালিকাৰ ওপৰত হোৱা “ব্যৱস্থাগত আক্ৰমণ” আৰু সৰ্বোচ্চ আদালতক “প্ৰভাৱিত” কৰিব খোজাসকলক সাৱধান কৰি দিছে।

“আমি দেশৰ ধনী আৰু ক্ষমতাশালীসকলক সৰ্বোচ্চ ন্যায়ালয়ক নিয়ন্ত্ৰণ কৰিব খোজাৰ পৰা বিৰত থাকিবলৈ ক’ব লগা হৈছে,” বিচাৰপীঠখনৰ মন্তব্য। ন্যায়াধীশ এচ এ’ ববদেই এই বিশেষ বিচাৰপীঠখন গঠন কৰি দিছিল।

লগতে পঢ়ক– তিনিজনীয়া সমিতিয়ে শুনিব মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে অভিযোগ

এই “প্ৰণালীবদ্ধ আক্ৰমণ”ৰ বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ সময় আহি গৈছে বুলিও বিচাৰপীঠখনে মন্তব্য কৰিছে।

অধিবক্তা উৎসৱ বেইনছে সৰ্বোচ্চ ন্যায়ালয়ত বুধবাৰে দাখিল কৰা শপতনামাত জেট এয়েৰৱেইজৰ মুৰব্বী নৰেশ গ’ৱেলৰ লগতে দাউদ ইব্ৰাহিমৰ নাম আছিল।

মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে যৌন নিৰ্য্যাতনৰ “ষড়যন্ত্ৰ” কৰাৰ বাবে তেওঁক ১.৫ কোটি টকা আগবঢ়োৱা হৈছিল বুলি অধিবক্তা উৎসৱ বেইনছে দাখিল কৰা শপতনামাৰ শুনানি লৈ এইসমূহ মন্তব্য কৰিছে সৰ্বোচ্চ ন্যায়ালয়খনে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত “বৃহৎ ষড়যন্ত্ৰ” আৰু ন্যায়াধীশৰ “ফিক্সিং” সন্দৰ্ভত তদন্ত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ কে পাটনায়কক লৈ এখন এজনীয়া সমিতিও বিচাৰপীঠখনে গঠন কৰি দিছে।

ন্যায়াধীশ এ কে পাটনায়ক সমিতিয়ে অৱশ্যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্য্যাতনৰ অভিযোগৰ তদন্ত নকৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd