• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অযোধ্যা গোচৰৰ ৰায়ৰ পূৰ্বে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক জেদ প্লাছ সুৰক্ষা

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , November 9, 2019 8:19 am

1 min read

remote-1140x570-1024x512

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

6.7k
VIEWS
Share on FacebookShare on Twitter

ৰাম জনমভূমি-বাবৰি মছজিদ গোচৰৰ উচ্চতম ন্যায়ালয়ে শনিবাৰে দিবলগীয়া ৰায়ৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

ৰায়দানৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সুৰক্ষা ব্যৱস্থাও বৃদ্ধি কৰি তোলা হৈছে।

অযোধ্যা গোচৰৰ ৰায়দান কৰিবলগীয়া বিচাৰপীঠত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সৈতে পাঁচগৰাকী ন্যায়াধীশ আছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক জেদ প্লাছ সুৰক্ষা প্ৰদান কৰা হৈছে।

বাকী ন্যায়াধীশকেইজনৰ লগতে তেওঁলোকৰ বাসগৃহকে ধৰি উচ্চতম ন্যায়ালয়ৰ চৌহদ তথা বাহিৰত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, উচ্চতম ন্যায়ালয়ৰ আভ্যন্তৰীণ কক্ষৰ সুৰক্ষা দিল্লী আৰক্ষীৰ সুৰক্ষা গোটক অৰ্পন কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ ভিতৰভাগত যি সুৰক্ষা থাকিব, সেয়া সুৰক্ষা গোটে নজৰ ৰাখিব।

উচ্চতম ন্যায়ালয়ৰ সমগ্ৰ অঞ্চলটো সুৰক্ষা ব্যৱস্থাৰে ঘেৰি তোলা হৈছে। ন্যায়ালয়খনলৈ যোৱা সকলো পথত সুৰক্ষা বৃদ্ধি কৰা হৈছে।

সন্দেহজনক লোকৰ ওপৰত নজৰ ৰখাৰ লগতে গোচৰৰ ৰায়টোৰ পূৰ্বে দিল্লী আৰক্ষীয়ে অতিৰিক্ত বাহিনীকো আমন্ত্ৰন কৰি আনিছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd