DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত গাওঁ পঞ্চায়তৰ সভাত কংগ্ৰেছ, বিজেপি সমৰ্থকৰ মাজত খণ্ড-যুদ্ধ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
September 1, 2020 7:25 pm
Clash between Congress and BJP supporters in Nagaon's Samaguri
164
VIEWS
Share on FacebookShare on Twitter

আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমুচাপি আহিছে, সিমানেই নগাঁও জিলাৰ চামগুৰি সমষ্টিত ৰাজনৈতিক বতাহ গৰম হোৱা পৰিলক্ষিত হৈছে৷

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিৰ কাৱৈমাৰী গাওঁ পঞ্চায়তত আজি অনুষ্ঠিত হোৱা এখন গাওঁ সভাত এগৰাকী মহিলাক বহিবলৈ দিয়া এখন চকীক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বিজেপি কৰ্মী সকলৰ মাজত এখন খণ্ড-যুদ্ধৰ আৰম্ভ হয়।

দুয়ো ফৈদৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত কাৱৈমাৰী গাওঁ পঞ্চায়তৰ সভাগৃহৰ বহুসংখ্যক চকী ভাঙি লণ্ডভণ্ড কৰে দুয়ো দলৰ কৰ্মী সকলে৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীসহ এটা আৰক্ষী দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে৷

আনহাতে উক্ত ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, গাওঁ সভাখনত এগৰাকী মহিলাক বহিবলৈ এখন চকী প্ৰদান কৰাক কেন্দ্ৰ কৰি কেইজনমান কংগ্ৰেছীয়ে আপোচ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি কৰ্মী-সমৰ্থকে।

ইফালে সভাখনত উপস্থিত থকা একাংশ বিজেপি কৰ্মী-সমৰ্থকৰ অপ-ব্যৱহাৰক কেন্দ্ৰ কৰিহে কাজিয়াৰ সুত্ৰপাত হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছী সমৰ্থকসকলে।

পৰৱৰ্তী সময়ত পৰিস্থিতি আৰক্ষীৰ দ্বাৰা নিয়ন্ত্ৰণাধীন হ’ল যদিও বৰ্তমানেও অঞ্চলজুৰি এক চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে।

Recent News

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Indian Missing In Turkey

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

Rahul Gandhi accuses Modi

বন্ধু আদানীক ৰক্ষণাবেক্ষণ মোদীৰ! সংসদত পুনৰ সোচ্চাৰ ৰাহুল গান্ধী

dust storm in Guwahati

ধূলিয়ৰি গুৱাহাটী: অত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd