DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙৰ পাহাৰত চোৰাংচিকাৰীৰে নিৰস্ত্ৰ বনৰক্ষীৰ যুঁজ; বন্দুকসহ গুলী-বাৰুদ উদ্ধাৰ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
December 11, 2018 10:54 pm
Forest guards
652
VIEWS
Share on FacebookShare on Twitter

নগাঁও আৰু কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী পাৰ্কোপ পাহাৰ অঞ্চলত বনৰক্ষী আৰু চোৰাংচিকাৰীৰ মাজত সংঘটি এক হতাহতিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অঞ্চলটোত যে চোৰাংচিকাৰীৰ মুক্ত বিচৰণ অব্যাহত আছে সেই কথা পোহৰলৈ অানিছে।

প্ৰাপ্ত তথ্য মতে কাৰ্বি আংলং জিলাৰ পূব বনসংমণ্ডলৰ অধীনৰ উত্তৰ-পশ্চিম পাৰ্কোপ পাহাৰ ৰেঞ্জৰ অন্তৰ্গত ৰিচোৱাংলং পাহাৰত কালি নিশা নিৰস্ত্ৰ দুই বনকৰ্মী ক্ৰমে ডন বৰা আৰু অলক মিত্ৰই তহলদাৰী কৰি থকা অৱস্থাত হঠাৎ হাতত বন্দুক আৰু দা লৈ থকা তিনিজন চোৰাংচিকাৰীৰ সৈতে মুখামুখি হয়।

চোৰাংচিকাৰীৰ দলটোক দেখা পাই বনকৰ্মী দুজনে সাহসেৰে এজন চোৰাং চিকাৰীৰ হাতৰ পৰা বন্দুক কাঢ়ি লোৱাৰ লগতে আন এজনৰ পৰা দা কাঢ়ি ল‘বলৈ যাওঁতেই হতাহতি লাগে। ফলত দাৰ আঘাতত এজন বনকৰ্মী আহত হয়।

পিছত আন্ধাৰৰ সুযোগ লৈ তিনিজনীয়া চোৰাংচিকাৰী দলটোৱে তাৰ পৰা পলাই যাই যদিও বনৰক্ষী দুজনে উক্ত স্থানৰ পৰা এটা এক নলী হস্তনিৰ্মিত বন্দুক, তিনি জাঁই খালি কাৰ্টিজ, এটা সক্ৰিয় গুলী আৰু দুখন দা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে তেওঁলোক ওভতি অহাৰ পথত পুনৰ আন এজন চোৰাংচিকাৰীৰ মুখামুখি হোৱাত উক্ত চিকাৰীজনে বনকৰ্মী দুজনক দেখা পায় হাতৰ বন্দুক এৰি পলায়ন কৰে বুলি বনকৰ্মী দুজনে জানিবলৈ দিয়ে।

আজি দুটা বন্দুকসহ উদ্ধাৰ হোৱা সামগ্ৰীখিনি বনকৰ্মী দুজনে লাংখাং আৰক্ষী থানাত চমজাই দিয়ে বুলি জানিব পৰা গৈছে। বনৰক্ষী দুগৰাকীয়ে সাহসেৰে চোৰাংচিকাৰীৰ দলক প্ৰতিহত কৰি দুটাকৈ মাৰণাস্ত্ৰ জব্দ কৰা কাৰ্যক স্থানীয় ৰাইজে প্ৰশংসা কৰে।

Recent News

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Assam Career

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd