• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিদ্যালয়ত আগ্নেয়াস্ত্ৰ লৈ দশম শ্ৰেণীৰ দুই ছাত্ৰ; শিক্ষক-শিক্ষাৰ্থীৰ মাজত বিভীষিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2024 3:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ বিদ্যালয়ত ওলাইছে বন্দুক৷দশম শ্ৰেণীৰ দুই ছাত্ৰই আগ্নেয়াস্ত্ৰ লৈ শ্ৰেণীত প্ৰৱেশ কৰাৰ পাছতেই ৰেজিনগৰ আৰক্ষী থানাৰ আন্দুলবেৰিয়া হাইস্কুলত হুলস্থুলৰ সৃষ্টি হয়।

বিদ্যালয়ৰ সূত্ৰ অনুসৰি প্ৰাৰ্থনাৰ পাছত নিয়ম অনুসৰি শ্ৰেণী আৰম্ভ হয়। হঠাৎ দশম শ্ৰেণীৰ দুই ছাত্ৰই পিষ্টল লৈ ক্লাছত প্ৰৱেশ কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক জাহাংগীৰ আলমে কয় যে বিষয়টো জানিব পাৰি শিক্ষকসকলে শ্ৰেণীকোঠালৈ লৰালৰিকৈ আহিছিল। প্ৰথমতে বন্দুকটো পোৱা নগ’ল যদিও পাছত ছাত্ৰ দুজনক চিনাক্ত কৰা হয়। কিয় শ্ৰেণীলৈ পিষ্টল আনিছিল, শিক্ষকসকলে জানিব বিচাৰে। উত্তৰত তেওঁলোকে ক’লে যে স্কুললৈ যোৱাৰ পথত ৰাস্তাৰ কাষত পৰি থকা দেখি তেওঁলোকে তুলি লৈছিল।

ইফালে, বিদ্যালয়খনৰ নিৰাপত্তাৰক্ষী, জাহাংগীৰ মোল্লাৰ অভিযোগে পুনৰ উত্তেজনাৰ সৃষ্টি কৰিছে। তেওঁ কয় যে দুদিন পূৰ্বে দশম শ্ৰেণীৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনৰ মূল গেটৰ সন্মুখত চাইকেল লৈ ওলাই আহিছিল। বাধা দিয়াৰ বাবে গেটমেনৰ লগত কাজিয়া কৰিছিল। সেই দিনৰ দৰেই আনৰ হস্তক্ষেপত সমস্যাটো সমাধান হৈছিল। কিন্তু জাহাংগীৰ মোল্লাই কয়, “তেতিয়াৰ পৰা সেই ছাত্ৰকেইজনে মোক হত্যা কৰাৰ ভাবুকি দি আহিছে। কাইলৈ মোক গুলীয়াই মাৰিব। তেতিয়া মই বিশেষ গুৰুত্ব দিয়া নাছিলো।”

Apply Now

অৱশ্যে ছাত্ৰ দুজনে দাবী কৰে যে তেওঁলোকে কাকো ভয় খুৱাবলৈ বিদ্যালয়লৈ পিষ্টলটো অনা নাছিল। ইফালে চিন্তিত অভিভাৱকে বিদ্যালয় কৰ্তৃপক্ষক দোষাৰোপ কৰিছে। তেওঁলোকৰ মতে বিদ্যালয়খনৰ নীতি-নিয়ম শিথিল। লগতে এই পৰিস্থিতিত সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ ভয় কৰে বুলিও কয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষকে দাবী কৰিছে যে সকলো সময়তে প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰীক নিৰীক্ষণ কৰাটো সম্ভৱ নহয়। অৱশ্যে এই ঘটনাৰ পৰা শিক্ষা লোৱাৰ ভিত্তিত ভৱিষ্যতৰ সিদ্ধান্ত লোৱা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd