• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

অহা কেইসপ্তাহমানৰ ভিতৰত এই কমিটীয়ে প্ৰতিবেদন দাখিল কৰিব পাৰে। ইয়াত পৰামৰ্শ দিয়া হ’ব যে ব’ৰ্ড পৰীক্ষাত পোৱা ৫০ শতাংশ নম্বৰ NEETৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল নিৰ্ণয়ৰ বাবে বিবেচনা কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2026 8:16 pm
99
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত দুমাহ ধৰি মেডিকেল প্ৰৱেশ পৰীক্ষা NEETক লৈ উত্তাল হৈ পৰিছে ৰাষ্ট্ৰীয় ৰাজনীতি। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল পৰীক্ষা। সেই হতাশাৰ বাবেই কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ৰাজনৈতিক দলকে ধৰি জনসাধাৰণ ওলাই আহিছে। এনে পৰিস্থিতিত NEET সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লোৱা হ’ব পাৰে। মূলতঃ কোচিং চেণ্টাৰৰ দপদপনি বন্ধ কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ সঠিক মূল্যায়ন নিশ্চিত কৰিবলৈ নতুন পদক্ষেপ গ্ৰহণ কৰিব পাৰে।

NEET সন্দৰ্ভত দেশজোৰা বিতৰ্কৰ মাজতে শিক্ষা মন্ত্ৰালয়ে গঠন কৰিছে ৯ জনীয়া এখন সমিতি। যোৱা বছৰ গঠন হোৱা এই সমিতিৰ মূল উদ্দেশ্য হৈছে NEET বা Joint Entranceৰ দৰে পৰীক্ষা ব্যৱস্থা পৰীক্ষা কৰা।

Apply Now

শেহতীয়াভাৱে ছাত্ৰ-ছাত্ৰীসকলে এনে পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ ব্যক্তিগত প্ৰশিক্ষণৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিছে। কোচিং চেণ্টাৰত স্কুলৰ আৰ্হিতে অধ্যয়ন চলি আছে। সফলতাৰ তাড়নাৰ দৌৰত এই কোচিং চেণ্টাৰৰ পৰাও পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈ আছে। কেন্দ্ৰীয় সমিতিয়ে এই বিষয়সমূহৰ ওপৰত বিবেচনা কৰি আছে।

সূত্ৰ অনুসৰি অহা কেইসপ্তাহমানৰ ভিতৰত এই কমিটীয়ে প্ৰতিবেদন দাখিল কৰিব পাৰে। ইয়াত পৰামৰ্শ দিয়া হ’ব যে ব’ৰ্ড পৰীক্ষাত পোৱা ৫০ শতাংশ নম্বৰ NEETৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল নিৰ্ণয়ৰ বাবে বিবেচনা কৰা হ’ব।

অহা বছৰৰ পৰা অনলাইন হ’ব NEET। কম্পিউটাৰ ভিত্তিক পৰীক্ষাত পোৱা ৫০ শতাংশ নম্বৰ আৰু বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত লাভ কৰা ৫০ শতাংশ নম্বৰৰ ভিত্তিত চূড়ান্ত তালিকা প্ৰস্তুত কৰিবলৈ কমিটীয়ে পৰামৰ্শ দিব।

প্ৰসংগক্ৰমে NEET বাতিল হোৱাৰ পিছত তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ে এই পৰীক্ষা ব্যৱস্থা বিলুপ্ত কৰিব লাগে বুলি কৈছিল। ২০১৭ চনলৈকে তামিলনাডুত দ্বাদশ শ্ৰেণীৰ নম্বৰৰ ওপৰত ভিত্তি কৰি চিকিৎসা বিজ্ঞানৰ নামভৰ্তি কৰা হৈছিল। তাৰ পিছত কেন্দ্ৰই ৰাজ্যত NEET বাধ্যতামূলক কৰিলে। ইয়াৰ প্ৰতিবাদত তামিলনাডুৱে সৰ্বসন্মতিক্ৰমে বিধেয়কখন গৃহীত কৰে। কিন্তু ৰাষ্ট্ৰপতিয়ে তাত সন্মতি নিদিলে। অৱশ্যে এইবাৰ কেন্দ্ৰীয় সমিতিয়ে বিজয়ৰ দাবীৰ আধা পূৰণ কৰিব পাৰে। সেই পৰামৰ্শ কাৰ্যকৰী হ’বনে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd