• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এতিয়া বিভিন্ন পূজা-অৰ্চনাৰ বতৰ : ব্যস্ততা বাঢ়িছে মৃৎ ভাস্কৰ্য শিল্পীৰ

মিণ্টু দাস by মিণ্টু দাস
October 9, 2018 6:32 am
puja nagaon.photo

মৃন্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎ শিল্পী। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৰতৰ স্নিগ্ধ আকাশত ৰেশ বিয়পাই আৰু শেৱালি ফুলৰ সুৱাস লৈ দুষ্টক দমন কৰাৰ মানসেৰে শক্তিদায়িনী দেৱী দুৰ্গাই ধৰালৈ নামি আহিছে। দেহ-মন উজ্লাই তোলা শৰতৰ উপস্থিতিৰে ধৰাৰ পৰিবেশ মোহনীয় কৰি ৰখাৰ এই সময়খিনি যেন সকলোৰে বাবে বহু আকাংক্ষিত ৰং-ৰহইচৰ বতৰ৷ কাৰণ এতিয়া আৰম্ভ হৈছে পূজাৰ বতৰ।

হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আধ্যাত্মিক তথা পবিত্ৰতাৰে ভৰা বিভিন্ন প্ৰকাৰৰ পূজা-পাৰ্বণৰ বতৰ এতিয়া। প্ৰকৃততে বিগত পবিত্ৰ ভাদ মাহৰ সংক্ৰান্তি তিথিৰ দিনটোতে প্ৰান্তে প্ৰান্তে আড়ম্বৰপূৰ্ণভাৱে উদযাপিত হৈ যোৱা বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ দ্বাৰাই আনুষ্ঠানিকভাবে শুভাৰম্ভ  ঘটে পূজাৰ বতৰৰ।

Apply Now

উল্লেখ্য যে, বছৰটোৰ ভাদ মাহত মাহজুৰি চলা নাম-কীৰ্তনৰ অন্তত সংক্ৰান্তি তিথিত পালিত বিশ্বকৰ্মা পূজাৰ পৰাই সাধাৰণতে হিন্দু ধৰ্মীয় পূজাসমূহৰ আৰম্ভণি হৈ পৰ্যায়ক্ৰমে পৰম্পৰাগতভাবে দূৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা, কাৰ্তিক পূজা, মনসা পূজা, ছট পূজা, গোৱৰ্দ্ধন পূজা, জগদ্ধাত্ৰী পূজা, শিৱ পূজাকে আদি কৰি চ’ত মাহৰ গংগা পূজালৈকে এটাৰ পিছত এটাকৈ নিৰৱিচ্ছিন্নকৈ চলি থাকে বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনা।

পৰম ভক্তিৰে অনুষ্ঠিত কৰা এই পূজা-পাৰ্বণত আৰাধনাৰ বাবে প্ৰয়োজন হয় দেৱ-দেৱীৰ মৃন্ময় মূৰ্তিৰ। গতিকে বৰ্তমান ভক্তসকলৰ পূজা-অৰ্চনাৰ প্ৰস্তুতিৰ সমান্তৰালকৈ খুব ব্যস্ততা বাঢ়িছে মৃৎ ভাস্কৰ্য শিল্পীসকলৰো। এই শিল্পীসকল দিনে-নিশাই ব্যস্ত হৈ পৰিছে মাটিৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা দেৱ-দেৱীৰ মূৰ্তিত  প্ৰাণ দিবলৈ।

আনকি বহু কষ্ট স্বীকাৰ কৰি নানা বাধা-বিঘিনি নেওচি হ’লেও বছৰটোৰ বাৰ মাহে অনুষ্ঠিত হোৱা বিভিন্ন পূজাৰ উপযোগীকৈ মৃন্ময় মূৰ্তি তৈয়াৰ কৰাটোৱেই বৃত্তি হিচাপে বাছি লৈছে এইসকল শিল্পীয়ে আৰু ইয়াৰ পৰা উপাৰ্জিত ধনেৰে পৰিয়াল পোহ-পাল দিয়াৰ লগতে আপ্ৰাণ চেষ্টাৰে এই মৃৎ ভাস্কৰ্য শিল্পটোক জীয়াই ৰাখিছে।

একাংশ এনে শিল্পীয়ে জনোৱা মতে, পূৰ্বতে কেৱল বিশ্বকৰ্মা, সৰস্বতী, কালী আৰু শিৱ পূজাতহে মাটিৰ প্ৰতিমা অধিক বিক্ৰী হৈছিল যদিও আজিকালি উক্ত পূজাকেইটাৰ বাহিৰেও বছৰটোৰ প্ৰতিটো মাহতে কিবা নহয় কিবা এটা পূজা লাগি থকাৰ বাবে অনবৰতে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিৰ চাহিদা বাঢ়িছে।

সেয়ে তেওঁলোকে মূৰ্তি বনোৱা কামটোক এক ব্যৱসায়ৰ মাত্ৰা দিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইফালে, কেতিয়াবা তৈয়াৰ কৰা সকলোবোৰ মূৰ্তি বিক্ৰী নহ’লে অৰ্থনৈতিকভাৱে চৰম দুৰ্দশাগ্ৰস্ত হ’বলগীয়া হয় যদিও একমাত্ৰ শিল্প কৰ্মটোৰ মোহত পৰিয়েই লাভজনক আন ব্যৱসায়লৈ মন মেলিব পৰা নাই বুলি আন একাংশই মত প্ৰকাশ কৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd