• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভুৱা তথ্য! ভাৰতীয় পৰ্বতাৰোহনকাৰীক নেপালৰ নিষিদ্ধ ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 12, 2021 12:51 pm

1 min read

ভুৱা তথ্য! ভাৰতীয় পৰ্বতাৰোহনকাৰীক নেপালৰ নিষিদ্ধ ঘোষণা
184
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে দুজনকৈ ভাৰতীয় পৰ্বতাৰোহনকাৰীক নেপাল চৰকাৰে জালিয়াতীৰ আশ্ৰয় লোৱাৰ বাবে পৰ্বতাৰোহণৰ ক্ষেত্ৰত ছয় বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে।

নৰেন্দ্ৰ সিং যাদৱ আৰু সীমাৰানী গোস্বামী নামৰ পৰ্বতাৰোহনকাৰী দুজনে ২০১৬ চনত মাউণ্ট এভাৰেষ্টৰ ৮,৪৮৪.৮৬ মিটাৰ বগোৱাৰ চাৰ্টিফিকেট লাভ কৰিছিল।

কিন্তু পাছত পৰীক্ষা কৰি দেখা গ’ল যে তেওঁলোকে মাউণ্ট এভাৰেষ্টৰ শিখৰত ভৰি দিয়াৰ ভুৱা তথ্য নেপাল চৰকাৰৰ পৰ্যটন বিভাগক দাখিল কৰিছিল।

এই নিষেধাজ্ঞাৰ পাছত ভাৰত চৰকাৰে বছৰি প্ৰদান কৰা টেনজিং নৰ্গে এৱাৰ্ডৰ বাচনিৰ পৰা পৰ্বতাৰোহণকাৰী দুজন বাদ পৰিব।

Recent News

bitopan saikia

পণ ল’লে বিতোপনে! গোলাঘাটত প্ৰাক্তন কংগ্ৰেছীক প্ৰাৰ্থিত্ব দিয়াত বিজেপি এৰি যোগ দিলে কংগ্ৰেছত

Prafulla satyabrata

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

ajp

অসম জাতীয় পৰিষদৰ কোনে ক’ৰ পৰা লাভ কৰিলে প্ৰাৰ্থিত্ব?

Grand-Allience-750x375

কংগ্ৰেছ মহাজোঁটে ২১টা সমষ্টি এৰি দিলে মিত্ৰ AIUDF ক, কি কি সমষ্টি দিলে এৰি?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd