• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাইকামাণ্ডেই শেষ কথা! সোণোৱাল মুখ্য মন্ত্ৰী হৈ থাকিলেও আপত্তি নাই মন্ত্ৰী হিমন্তৰ!

সোণোৱাল মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বুলি ৰামমাধৱে স্পষ্ট কৰাৰ পাছতে কি প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্তৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 18, 2020 8:56 pm
_Saturday_2016_015554402(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ দৰেই বিজেপিৰো হাই কামাণ্ডৰ কথাই শেষ কথা নেকি? এই প্ৰশ্ন এইবাবেই উত্থাপন কৰা হৈছে কিয়নো ৰাষ্ট্ৰীয় নেতৃত্বৰ কথা আখৰে আখৰে মানি চলে বিজেপিৰ ৰাজ্যিক নেতৃত্বই। ৰাষ্ট্ৰীয় নেতৃত্বৰ ওপৰত মাত মতা বা টিপ্পনি মৰাটো নিবিচাৰে ৰাজ্যিক নেতৃত্বই।

কালি শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মাধৱে ২০২১ ৰ বিধানসভাৰ নিৰ্বাচনতো মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে সোণোৱালেই থাকিব বুলি একপ্ৰকাৰে স্পষ্ট কৰি দিছিল।

Apply Now

তেওঁ কৈছিল ‘ নৰেন্দ্ৰ মোদীক ৰাইজে ২০১৪ ৰ তুলনাত ২০১৯ ত যেনেকৈ অধিক ভোট দি চৰকাৰ বনোৱাত সহায় কৰিছিল ঠিক সেইদৰে অসমতো সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিক অধিক ভোট দি পাঁচবছৰ শাসন কৰাৰ সুযোগ দিব। অসমৰ জনতাৰ ওচৰত  সমৰ্পিত  হৈ ৰাজ্যত বিজেপি চৰকাৰ পাঁচ বছৰ চলিল। আশা কৰো সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ টীমটোক অসমৰ মানুহে আৰু আশীৰ্বাদ দিব।‘

তাৰ পাছতেই সাংবাদিকে এই সম্পৰ্কে সোধাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ‘ৰামমাধৱ ডাঙৰীয়াই কোৱাটোতো আপোনালোকে শুনিলেই। সেই প্ৰশ্নটো আকৌ মোক কিয় কৰিব খোজে? তেওঁ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতা। ৰাষ্ট্ৰীয় নেতাৰ প্ৰশ্নৰ ওপৰত টিপ্পনি মৰাটো স্থানীয় নেতাৰ কাম নহয়। আমি ৰাষ্ট্ৰীয় নেতাৰ নিৰ্দেশহে মানিব লাগিব।‘

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পৰা স্পষ্ট যে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত তেওঁ ৰাষ্ট্ৰীয় নেতাৰ যি নিৰ্দেশ সেয়া মানি চলিব। লগতে তেওঁৰ এই বক্তব্যৰ পৰা স্পষ্ট হৈছে যে ৰাষ্ট্ৰীয় নেতৃত্ব বা হাই কামাণ্ডে যদি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে পুনৰ সৰ্বানন্দ সোণোৱালকে প্ৰক্ষেপ কৰে তেন্তে  এইক্ষেত্ৰত তেওঁ কোনো বিসম্বাদ নকৰে বা আপত্তি নকৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd