• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত নতুন নিয়ম! এন আৰ চিৰ বাবে আবেদন কৰা নাথাকিলে নাপাব আধাৰ কাৰ্ড!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2024 9:31 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে আধাৰ কাৰ্ড প্ৰদানৰ নিয়ম কটকটীয়া কৰিবলৈ চেষ্টা কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিবলৈ ৰাজ্যত আধাৰ কাৰ্ড প্ৰদানৰ বাবে এন আৰ চিৰ বাবে আবেদন বাধ্যতামূলক কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰী হিমন্তই কয়, ‘আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাটো কেৱল নাগৰিক হিচাপে নথিভুক্ত হোৱাৰ বাবে আবেদন কৰা নহয়। ইয়াৰ ভিতৰত আছে বহু সন্দেহযুক্ত নাগৰিক। সেইবাবেই আমি সিদ্ধান্ত লৈছো এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ বাবে এন আৰ চিৰ আবেদনৰ ৰচিদ নম্বৰ দিব লাগিব।”

মুখ্যমন্ত্ৰীৰ দাবী, অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। তেওঁৰ মতে “অসমত এতিয়া আৰু আধাৰ কাৰ্ড পোৱাটো সহজ নহ’ব।”

Apply Now

লগতে পঢ়কঃ পেৰালিম্পিকত ‘বিতৰ্কিত পতাকা’ লৈ উল্লাস, সেয়ে বাতিল ইৰাণী খেলুৱৈ? জেভেলিনত স্বৰ্ণ জয় ভাৰতীয়ৰ!

বহু দিনৰ পৰা অসমৰ কেইবালাখো লোক আধাৰ কাৰ্ডৰ সমস্যাত আৱদ্ধ হৈ আছে। ২০১৮ চনত অসমৰ এন আৰ চিৰ খচৰা প্ৰকাশ পাইছিল। প্ৰায় ৪০ লাখ লোকৰ নাম বাদ পৰিছিলল। পিছৰ বছৰ যেতিয়া চূড়ান্ত খচৰা প্ৰকাশ পালে তেতিয়া দেখা গ’ল যে কমেও ২০ লাখ লোক বাদ পৰিছে।

এন আৰ চিৰ প্ৰথম খচৰাত নাম নথকাৰ ভিত্তিত বায়’মেট্ৰিক লক থকাৰ বাবে তেওঁলোক চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হয়। এতিয়াও অসমৰ প্ৰায় ৯.৫৫ লাখ নাগৰিকৰ বায়’মেট্ৰিক লক আছে। হিমন্তই তেওঁলোকৰ বাবে এটা ভাল খবৰ দিছে। তেওঁ কয় যে এই ৯.৫ লাখ লোকে আধাৰ কাৰ্ড পাবলৈ এন আৰ চি আবেদনৰ ৰচিদ নম্বৰ দিব নালাগে।

উল্লেখ্য যে এন আৰ চি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি চূড়ান্ত এন আৰ চিত নাম থকা সকলোৱে আধাৰ পাব আৰু নাম নথকাসকলে বিদেশী ন্যায়াধিকৰণৰ বিচাৰৰ আওতাত সেয়া পাব।

লগতে পঢ়কঃ কিছুমান খাদ্যই বৃদ্ধি কৰিছে কিডনীৰ জটিলতা; জানি লওক কি খাদ্য খাব আৰু কি নাখাব!

কিন্তু দেখা গৈছে যে এন আৰ চিত নাম নথকা সত্ত্বেও বহু লোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী হিমন্তৰ দাবী যে এতিয়া সেইটো বন্ধ কৰিবলৈ তেওঁ চেষ্টা কৰিছে।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd