• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যিক কেবিনেটত খাদ্যৰ নামত ইলাহী কাৰবাৰ! ৰাইজৰ প্ৰতিক্ৰিয়া দেখি জিলা আয়ুক্তলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2024 7:24 pm
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটোঃ সংগ্ৰহীত।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটোঃ সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি (২৭ জুন, ২০২৪) নলবাৰীত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত ১৬ বিধৰো অধিক ব্যঞ্জনেৰে আপ্যায়িত কৰাৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া হোৱা দেখা গৈছিল। নলবাৰী প্ৰশাসনৰ এনে কাণ্ডই সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ জিলা আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰি এনে ইলাহী কাৰবাৰৰ উত্তৰ বিচাৰিছে।

পত্ৰখনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তগৰাকীলৈ লিখিছে যে বাৰে বাৰে কোৱাৰ পিছতো খোৱাৰ নামত কিয় এনে ইলাহী আয়োজনৰ প্ৰয়োজন নাছিল। লগতে প্ৰশ্ন কৰিছে যে কেবিনেট বৈঠকৰ বাবে সাধাৰণ নিৰামিষ আহাৰ যোগাৰ কৰিবলৈ কোৱাৰ পাছতো কিয় এনে বিশাল আয়োজন কৰা হল?

লগতে পঢ়কঃ একেবাৰতে বহুত বাঢ়িল মোবাইল ৰিচাৰ্জৰ খৰচ! ৩ জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুন মূল্য

Apply Now

উল্লেখ্য যে কালি নলবাৰীত আয়োজন কৰা এই কেবিনেট বৈঠকৰ বাবে আয়োজন কৰা খাদ্য সম্ভাৰত প্লেইন ৰাইচ, জিৰা আৰু পোলাও, ছাগলীৰ মাংস, মিছা মাছ ভজা, আদা দিয়া সৰু মাছৰ লগতে কাৱৈ আৰু মাগুৰ মাছৰ আঞ্জা, চিকেন চুপৰ লগতে মাহৰ দাইলৰ লগত খাহিৰ তেল, দাইল, কলফুল ভাজি, ঢেকীঁয়া ভাজি, কল পছলা, সৰু আলু ভাজি, বৰা ভাজি, আলু পিটিকা,পদিনা চাটনি, তিলৰ চাটনি, অমিতা খাৰ, চালাদ, মিঠা দৈ আৰু গোলাপ জামুনকে ধৰি ১৬ বিধতকৈয়ো অধিক ব্যঞ্জন আছিল।

স্বাভাৱিকতে, কেবিনেট বৈঠকৰ নামত এনে ইলাহী কাৰবাৰে ৰাইজৰ চকু কপালত তুলিছে। মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সমস্যাত জৰ্জৰিত ৰাজ্যৰ জনসাধাৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ লগতে ক্ষোভৰো সৃষ্টি হয়। ৰাইজৰ এনে প্ৰতিক্ৰিয়া দেখিয়েই অৱশেষত গা লৰিল মুখ্যমন্ত্ৰীৰ। সেয়ে, প্ৰশ্ন উঠিছে যে এদিন পিছত নলবাৰী জিলা আয়ুক্তক জবাবদিহি কৰি পত্ৰ লিখি দায় সৰাৰ উপায় বিচাৰিলে নেকি!

প্ৰসংগক্ৰমে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে সঘনাই কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ লগতে এই বৈঠক ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰি চমক দিব বিচাৰিছিল। সেই সময়ৰে পৰা এই কেবিনেট বৈঠকৰ বিলাসী আয়োজনক লৈ বিতৰ্কৰ ওৰ পৰা নাই। বৰঞ্চ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ সম্প্ৰসাৰণৰ বিষয়ত উঞ্ছবৃত্তিহে প্ৰকাশ কৰি আহিছে।

এতিয়া কথাটো হ’ল ২৭ তাৰিখৰ কেবিনেট বৈঠকৰ বাবে কৰা ইলাহী আয়োজনৰ কথা পূৰ্বেই সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। আনকি ভোজভাতৰ বাবে আয়োজন কৰা বিবিধ ব্যঞ্জনৰ তালিকাও প্ৰকাশ পাইছিল। কিন্তু তাৰপিছত ৰাইজৰ নেতাসকলৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাছিল। কিন্তু কেবিনেট বৈঠকত ভুৰিভোজ গ্ৰহণ কৰি অহাৰ পিছত ৰাইজৰ প্ৰতিক্ৰিয়া দেখি আনুষ্ঠানিকতা ৰক্ষা কৰিহে এখন পত্ৰ দিয়া বুলিহ সচেতন মহলে উপলব্ধি কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd