• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মালিগাঁৱত অসমৰ দীৰ্ঘতম উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 11, 2020 4:57 pm

2 min read

মালিগাঁৱত অসমৰ দীৰ্ঘতম উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন
398
VIEWS
Share on FacebookShare on Twitter

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মালিগাঁৱৰ পৰা কামাখ্যা গেট অভিমুখী তথা মালিগাঁও আৰু পাণ্ডু সংযোগী এখন চাৰিলেনযুক্ত উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰে।

প্ৰস্তাৱিত এই উৰণীয়া সেঁতুখন মালিগাঁৱৰ পৰা আৰম্ভ হৈ এ টি ৰোডৰ কামাখ্যা মন্দিৰ গেটত সমাপ্ত হ’ব। সেঁতুখনৰ এটা বাহু পাণ্ডু ঘাট সংযোগী পথৰ দিশেও সম্প্ৰসাৰণ কৰা হ’ব।

ৰাজ্য চৰকাৰৰ ২০২০-২১ বৰ্ষৰ ‍‘স্ব-অগ্ৰাধিকাৰ পুঁজি’ৰ অধীনত লোকনিৰ্মাণ (পথ) বিভাগে নিৰ্মাণ কৰি কৰিবলগীয়া এই সেঁতুৰ মুঠ প্ৰকল্প ব্যয় হৈছে ৪২০.৭৫ কোটি টকা।

প্ৰায় ৩ কিঃমিঃ দৈৰ্ঘৰ এই সেঁতুখন নিৰ্মাণ হৈ উঠিলে ই ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম উৰণীয়া সেঁতু হিচাপে পৰিগণিত হ’ব।

উৰণীয়া সেঁতুখনৰ কাম অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও জানিব পৰা গৈছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে গুৱাহাটী মহানগৰীক সমগ্ৰ দক্ষিণ-পূব এছিয়াৰে মূল দুৱাৰদলি হিচাপে গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখি আন্তঃগাথনিৰ দ্ৰুত উন্নয়নৰ দিশত ৰাজ্য চৰকাৰে অন্যতম আগ্ৰাধিকাৰ প্ৰদান কৰিছে।

সময়ৰ লগে লগে গুৱাহাটীৰ জনসংখ্যা বাঢ়ি আহিছে আৰু সেয়েহে মহানগৰীখনক চাৰিওদিশে সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যিক ৰাজধানী অঞ্চল পৰিকল্পনাৰ অধীনত ৰাজ্য চৰকাৰে এই দিশত ইতিমধ্যে বাস্তৱসন্মত আঁচনি গ্ৰহণ কৰিছে।

আজিৰ এই অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ উপৰি লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিশ্বজিৎ দৈমাৰীৰ লগতে বিভিন্ন বিষয়-ববীয়া উপস্থিত থাকে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd