DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খোদ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাই ভংগ কৰিলে নিৰ্বাচনী আচৰণ বিধি! নিৰ্বাচনী আয়োগলৈ পত্ৰ লিখিলে কংগ্ৰেছে

চৰকাৰী পদবী লৈয়ো বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যসূচীত অংশগ্ৰহণৰ অভিযোগ হৃষিকেশ গোস্বামীৰ বিৰুদ্ধে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 19, 2021 8:15 pm
454
VIEWS
Share on FacebookShare on Twitter

খোদ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে।

এটা চৰকাৰী পদবীত অধিষ্ঠিত থাকি কোনো বিষয়া-কৰ্মচাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভা বা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰে তথা সেই কাৰ্য্য আইনমতে দণ্ডনীয়।

তাৰ বিপৰীতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দৃষ্টিগোচৰ হৈছে যে অসম চৰকাৰৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে চৰকাৰী পদবী লৈ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ আছে।

Congress Potro 1

প্ৰদেশ কংগ্ৰেছৰ মতে এই কাৰ্যসূচীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে।

সেয়েহে এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগক ব্যৱস্থা কৰিবলৈ আহ্বান জনাই আজি নিৰ্বাচন আয়োগলৈ এক পত্ৰ প্ৰেৰণ কৰে প্ৰদেশ কংগ্ৰেছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লিগেল ডিপাৰ্টমেন্টৰ তৰফৰ পৰা এই সন্দৰ্ভত নিৰ্বাচনী আয়োগলৈ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এই পত্ৰ প্ৰেৰণ কৰিছে।

congress potro2

‘সৰ্বানন্দ সোণোৱালে যেতিয়া মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল , তেতিয়া তেওঁ একাধিক উপদেষ্টা নিযুক্তি দিছিল। সেই সকল উপদেষ্টাই চৰকাৰী দায়িত্বত থাকিয়েই নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি আছে নে নাই, তাক পুনৰ নিৰীক্ষণ কৰিবলৈ নিৰ্বাচন আয়োগক  আহ্বান জনালোঁ।‘ নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত এইদৰে উল্লেখ কৰে কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই।

ইপিনে, বৰ্তমানলৈকে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা পদটো এৰি দিয়া নাই হৃষিকেশ গোস্বামীয়ে। সেয়েহে প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী আয়োগলৈ দাবী ‘হৃষিকেশ গোস্বামীক সেই চৰকাৰী পদবীৰ পৰা পদচ্যুত কৰিব লাগে।‘

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd