• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছহিদ মৃত্যুঞ্জয় চুতীয়াৰ পৰিয়ালক ২০ লাখ টকাৰ চেক প্ৰদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 29, 2020 10:05 am

1 min read

ছহিদ মৃত্যুঞ্জয় চুতীয়াৰ পৰিয়ালক ২০ লাখ টকাৰ চেক প্ৰদান
363
VIEWS
Share on FacebookShare on Twitter

ছহিদ মৃত্যুঞ্জয় চুতীয়ালৈ অসম চৰকাৰে ঘোষণা কৰা ২০ লাখ টকাৰ এককালীন সাহায্য সোমবাৰে চুতীয়াৰ পৰিয়ালৰ লোকক প্ৰদান কৰা হয়।

যোৱা ২৪ ডিচেম্বৰত কাশ্মীৰৰ গণ্ডীৰৱাল জিলাত সন্ত্রাসবাদীৰ গ্রেনেড আক্রমণত মৃত্যু হোৱা মৃত্যুঞ্জয়ৰ ধেমাজিৰ গেলুৱাস্থিত বাসগৃহত সোমবাৰে সন্ধিয়া মুখ্য মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত হয়।

মুখ্য মন্ত্রী সোণোৱালে প্ৰথমতে ছহিদ মৃত্যুঞ্জয়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তিপ্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পাছত ছহিদ মৃত্যুঞ্জয়ৰ পিতৃ-মাতৃৰ সৈতে কিছু সময় বাৰ্তালাপ কৰে আৰু ছহিদৰ পৰিয়ালবর্গক ২০ লাখ টকাৰ এখন চেক আৰু শোক প্রস্তাৱ প্রদান কৰে মুখ্য মন্ত্ৰী সোণোৱালে।

ছহিদ মৃত্যুঞ্জয়ে এখন শিশু উদ্যান খোলাৰ হেপাহ মন পুহি ৰখাৰ কথা জানিব পাৰি মুখ্য মন্ত্ৰী সোণোৱালে ধেমাজি জিলাত ছহিদগৰাকীৰ নামত এখন শিশু উদ্যান খুলিবৰ বাবে জিলাৰ উপায়ুক্তক নির্দেশ দিয়ে।

মুখ্য মন্ত্রীৰ লগত মন্ত্রী যোগেন মহন, সঞ্জয় কিষাণ, তেৰচ গোৱালা আৰু ৰামেশ্বৰ তেলী উপস্থিত থাকি বীৰ ছহিদগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰ।৷

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd