• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি চহিদ নীৰজ চেত্ৰীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 6, 2019 11:33 am

1 min read

Niraj

নীৰজ ছেত্ৰীৰ ফাইল ফটো। সৌজন্য : ফেচবুক

646
VIEWS
Share on FacebookShare on Twitter

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ১ জুন’ত ঝাৰখণ্ডত উগ্ৰপন্থীৰ ভয়াবহ আক্ৰমণত চহিদ হোৱা এছ এছ বি জোৱান নীৰজ চেত্ৰীৰ বাসগৃহলৈ গৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰিব।

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত কাউৰীপথাৰ অঞ্চলৰ কাৰিবিল নেপালী গাঁওস্থিত চহিদ জোৱানজনৰ বাসগৃহত দিনৰ প্ৰায় ১২ বজাত মুখ্য মন্ত্ৰীগৰাকী উপস্থিত হ’ব বুলি জানিব পৰা গৈছে।

আজি কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে চহিদ চেত্ৰীৰ পৰিয়াললৈ ২০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল। আৰু আজি মুখ্য মন্ত্ৰী সোণোৱালে সেই অনুদান খিনি প্ৰদান কৰিবলৈয়ে চহিদ জোৱানজনৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰিব।

উল্লেখযোগ্য যে ঝাৰখণ্ডৰ ডুমকা জিলাৰ কাথালিয়া গাঁৱত যোৱা ১ জুন অৰ্থাৎ দেওবাৰে সন্দেহযুক্ত মাওবাদীৰ আক্ৰমণত অসমৰ এইগৰাকী কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ জোৱান নিহত হোৱাৰ উপৰি আন চাৰিগৰাকীকৈ জোৱান আহত হৈছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd