• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ অপব্যাখ্যা খোদ মুখ্য মন্ত্ৰীৰ; ‘বিধেয়ক’ক বুলিলে ‘বিধায়ক’

বিধেয়কৰ অপব্যাখ্যাৰে স্বয়ং মুখ্য মন্ত্ৰীয়েই ৰাজ্যবাসীক বিভ্ৰান্ত কৰাৰ ষড়যন্ত্ৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2019 4:48 pm
25-06-18-Sarbhog-cm-at-Mahila-Samaroh-2-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ অসমৰ জনতাৰ শংকা জড়িত থকা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সন্দৰ্ভত ৰাজ্যখনৰ স্বয়ং মুখ্য মন্ত্ৰীজনেই অপব্যাখ্যাৰে মানুহক বিভ্ৰান্ত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। চাৰিওফালে হৈ থকা প্ৰতিবাদ, আন্দোলন, ক’লা পতাকা প্ৰদৰ্শনত দিশহাৰা হোৱা মুখ্য মন্ত্ৰীজনে শেষত বিধেয়কখন সন্দৰ্ভত অপব্যাখ্যাৰে মানুহক বুজনি দিবলৈ চেষ্টা কৰা দেখা গ’ল।

মুখ্য মন্ত্ৰীজনে ২০ জানুৱাৰিত নিজৰ ফেইচবুকৰ টাইমলাইনত আপল’ড কৰা এটা ভিডিঅ’যোগে অসমীয়া মানুহক এই বিধেয়কখন ক্ষতিকৰ নহয় বুলি বুজনি দিবৰ চেষ্টা কৰিছে।

Apply Now

এই ভিডিঅ’টো যোগে মুখ্য মন্ত্ৰীয়ে বিধেয়কখনৰ আনবোৰ গুৰুতৰ দিশ উল্লেখ নকৰি, কেৱল স্বাভাৱিক নাগৰিকত্বৰ সময় ১২ বছৰৰ ঠাইত ৭ বছৰ কৰিব খোজা হৈছে বুলি ব্যাখ্যা দিয়ে।

আনহাতে মুখ্য মন্ত্ৰীজনে কয় “বিদেশীয়ে নাগৰিকত্ব পাবৰ বাবে আৱেদন কৰোঁতে, তেওঁলোক যে তাত (সংশ্লিষ্ট দেশকেইখনত) ধৰ্মীয় নিৰ্য্যাতনৰ বলি হৈ আহিছে, তাৰো প্ৰমাণ দাখিল কৰিব লাগিব।” যিটো এটা গোকাট মিছা কথা।

প্ৰকৃত কথাটো হ’ল বিধেয়কখনৰ মতে এওঁলোকক বিদেশী বুলি গণ্যই কৰা নহ’ব। তাৰোপৰি বিধেয়কখনত ধৰ্মীয় নিৰ্য্যাতনৰ বলি হোৱাকহে নাগৰিকত্ব দিয়া হ’ব বুলি কোৱা নাই।

দৃষ্টিকটু অংগিভিংগিৰে কোৱা কথাখিনিত হাস্যকৰভাৱে মুখ্য মন্ত্ৰীজনে ‘বিধেয়ক’ শব্দটো বহুকেইবাৰ ‘বিধায়ক’ বুলি উল্লেখ কৰে।

মানুহৰ ক্ৰোধ উদগিৰণ কৰা এই ফেইচবুক পোষ্টটোত মুখ্য মন্ত্ৰীজনে শ শ কটু সমালোচনাত্মক ‘ৰিপ্লাই’ পায়। বেছিভাগ য়ুজাৰেই মুখ্য মন্ত্ৰীজনক তেওঁৰ পদমৰ্য্যাদাৰ সৈতে খাপ নোখোৱা ভাষা ব্যৱহাৰ কৰি প্ৰত্যুত্তৰ দিয়ে।

“ভকতে আৰ্শীৱাদ দিয়া সুৰ এৰি বেলেগ ৰাজ্যৰ মুখ্যমন্ৰীৰ দৰে জাতিৰ স্বাৰ্থত আপোনিও ৰাইজৰ লগত থিয় দিব বুলি এতিয়াও আশাবাদী|” এজন য়ুজাৰৰ ৰিপ্লাই।

আন এজন য়ুজাৰে কয়, “অন্ততঃ অবিজেপিৰ কথাবোৰ কৰ্ণপাতেই নকৰিলেও আপোনাৰ সন্মুখতে কোৱা সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী দেউৰ আবেদনও অৰণ্য-ৰোদন হবলৈ নিদিয়ে যেন!”

‘মই অসমীয়া’ নামৰ এজনে কৈছে, “মহোদয় একেটা বিষয়ৰ ওপৰত এইকেইদিন সঘনাই ফেচবুক পষ্টে প্ৰমান কৰিছে আপুনি হিনমান্যতাত ভূগিছে ।”

মন কৰিব লগীয়া যে যোৱা প্ৰায় এটা সপ্তাহত সোণোৱালৰ এই একাউণ্টটোত (Sarbananda Sonowal) সঘনাই পোষ্ট কৰা হৈছে। এইবোৰৰ বেছিভাগেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত মূৰ দাঙি উঠা আন্দোনল আৰু বিজেপি বিৰোধী ঢৌক প্ৰশমিত কৰাৰ উদ্দেশ্যে দিয়া।

কিন্তু বিড়ম্বনাৰ কথাটো হ’ল, প্ৰায়বোৰ য়ুজাৰেই মুখ্য মন্ত্ৰীক ওলোটাই কটু কথা শুনোৱা দেখা গৈছে।

(তলত ভিডিঅ’টোৰ লিংক দিয়া হ’ল)

https://www.facebook.com/SarbanandaSonowal/videos/362697824548419/

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd