• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জুবিন, অংগৰাগ সহিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে মুখ্য মন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 19, 2020 6:34 pm

1 min read

Sonowal

মুখ্য মন্ত্ৰী সোণোৱাল

1.4k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আঝু ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে টেলিফোনত ক’ৰ’নাৰ ভয়াবহতাৰ প্ৰসংগত টেলিফোনযোগে বাৰ্তালাপ কৰে।

টেলিফোনত হোৱা কথা-বতৰাত মুখ্য মন্ত্ৰী সোণোৱালে প্ৰতিগৰাকী বশিষ্ট ব্যক্তিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ মনোবল অটুত ৰখাৰ দিশত প্ৰেৰণা যোগায়।

মুখ্য মন্ত্ৰীয়ে বাৰ্তালাপ কৰা ব্যক্তি কেইগৰাকী হ’ল লোক সংস্কৃতিৰ সাধক ড০ বীৰেন নাথ দত্ত, প্ৰাক্তন আৰক্ষী সঞ্চালৰ প্ৰধান নিশিনাথ চাংকাকতি, বিষিষ্ট বিজ্ঞানী তথা শিক্ষাবিদ ড০ কুলেন্দু পাঠক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ভৱেন ডেকা।

ইয়াৰ উপৰি সাহিত্যিক বিমল ফুকন, বিশিষ্ট শিশু সাহিত্যিক গগণ চন্দ্ৰ অধিকাৰী, প্ৰাক্তন ডি আই জি হিৰণ্য ভট্ট প্ৰমুখ্যে কেইবা গৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰে।

মুখ্য মন্ত্ৰীয়ে এই সকল লোকক কোভিদ-১৯ৰ সংক্ৰমণ প্ৰতিহত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ কিছু পৰিমানে সফল হোৱা বলি উল্লেখ কৰে।

আনহাতে মুখ্য মন্ত্ৰী সোণোৱালে অসমৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ আৰু অংগৰাগ মহন্ত (পাপন)ৰ সৈতেও টেলিফোনযোগে কথা-বতৰা পাতে। বাৰ্তালাপত সোণোৱালে জুবিনৰ সুস্বাস্থ্য কামনা কৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd