• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড় দূৰদৰ্শন আৰু অনাতাঁৰ কেন্দ্ৰ বৰ্তমানৰ ৰূপত বাহাল ৰখা সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীলৈ সোণোৱালৰ পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2020 8:52 am
উৎস-ফেইচবুক

উৎস-ফেইচবুক

560
VIEWS
Share on FacebookShare on Twitter

প্ৰচাৰ ভাৰতীয়ে ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰ আৰু আকাশবাণী ডিব্ৰুগড়ক কেবল ৰীলে কেন্দ্ৰ হিচাপে বাহাল ৰাখি নিজা প্ৰচাৰ কাৰ্য্যসূচী সীমিতকৰণৰ বাবে লোৱা পদক্ষেপ সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰে।

পত্ৰখনৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱালে অসমৰ কেইবাখনো জিলা তথা অৰুণাচল প্ৰদেশৰ পূবৰ জিলাকেইখনক সামৰি লোৱা আকাশবাণী আৰু দূৰদৰ্শন এই দুটা কেন্দ্ৰৰ গুৰুত্বৰ কথা অনুধাৱন কৰি কেন্দ্ৰ দুটাৰ বৰ্তমানৰ ব্যৱস্থা বাহাৰ ৰখাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অনুৰোধ জনায়।

সোণোৱালে পত্ৰৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক ১৯৯৩ চনৰ মে’ মাহৰ পৰা ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰই পূৰ্ণাংগ ৰূপত কাম-কাজ চলাই আহিছে বুলি জনায়।

তদুপৰি, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই ২০১৯ চনত গৌৰৱোজ্জ্বল ৫০ বছৰ অতিত্ৰম কৰিছে বুলিও সোণোৱালে পত্ৰখনত উল্লেখ কৰে।

বৃহত্তৰ উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত বসৱাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি বিকশাই তোলাৰ দিশত কেন্দ্ৰ দুটাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলিও সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক পত্ৰ যোগে অৱগত কৰে।

সেয়েহে, এই কেন্দ্ৰ দুটাৰ স্বকীয় ৰূপ অক্ষুণ্ণ ৰখাটো একান্ত প্ৰয়োজনী আৰু এই সন্দৰ্ভত উজনি অসমৰ জনসাধাৰণ তথা বিদ্বৎ মহলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টিৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ বিষয়েও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অসমৰ মুখ্য মন্ত্ৰী সোণোৱালে অৱগত কৰে।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd