• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম-মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত প্ৰধানমন্ত্ৰীৰে মুখ্যমন্ত্ৰী সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ঘটনাৰ সৱিশেষ অৱগত কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2020 4:56 pm
CM Sonowal & PM Modi
195
VIEWS
Share on FacebookShare on Twitter

কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টেলিফোনযোগে সৱিশেষ অৱগত কৰে।

বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ লায়লাপুৰ এলেকাত সংঘটিত পৰিস্থিতি সম্পৰ্কত প্রধানমন্ত্ৰীক সৱিশেষ অৱগত কৰাৰ উপৰি এই সম্পৰ্কত কালি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সৈতে হোৱা বাৰ্তালাপৰ বিষয়ে অৱগত কৰে।

সীমান্তত উদ্ভৱ হোৱা আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে প্রধানমন্ত্ৰীক অৱগত কৰে।

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োখন ৰাজ্যৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতি প্রশমনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা যথোচিত পদক্ষেপ লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীক আশ্বাস প্রদান কৰে।

উল্লেখ্য যে প্রধানমন্ত্ৰীৰ সৈতে আজি টেলিফোনিক বাৰ্তালাপৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালে অসম-মিজোৰাম সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও টেলিফোনযোগে বাৰ্তালাপ কৰি সৱিশেষ অৱগত কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়েও দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা এনে পৰিস্থিতি প্রশমনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যাৱতীয় সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী সোণোৱালক আশ্বাস প্রদান কৰে।

আনহাতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাইও এক টুইট যোগে দুয়োখন ৰাজ্যৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতি প্ৰশমনৰ দিশত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোৱা ইতিবাচক পদক্ষেপক আদৰণি জনাইছে।

মুখ্যমন্ত্ৰী সোণোৱালৰ এই ইতিবাচক দৃষ্টিভংগীয়ে উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যসমূহৰ মাজত থকা ভাতৃত্ববোধৰ এনাজৰী তথা সু-সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি তেখেতে মত প্রকাশ কৰে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd