• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ পূব কয়লাক্ষেত্ৰৰ লিডু পাটকাই আৰু চীনা বস্তিত কয়লা চোৰৰ উপদ্ৰৱ, আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী!

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
March 31, 2022 4:11 pm
Screenshot_20220331_142248
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় দুবছৰে বন্ধ হৈ থকা ৰাজহুৱা খণ্ডৰ কয়লা উদ্যোগ উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ ২৬ মাৰ্চ তাৰিখে টিকক কলিয়ৰীত সম্প্ৰসাৰিত উৎপাদন গোট মুকলি কৰি কেন্দ্ৰীয় কয়লা দপ্তৰৰ মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে উদ্যোগটোৰ প্ৰাণ সঞ্চাৰ কৰাত স্থানীয় ৰাইজ তথা কয়লা উদ্যোগতোৰে জড়িত শ্ৰমিক, কৰ্মচাৰী সকল উৎফুল্ল হৈ পৰিছিল।

কিন্তু কয়লা ক্ষেত্ৰ মুকলিৰ পাছতে একাংশ কয়লা চোৰ সক্ৰিয় হৈ পৰিছে বুলি জানিব পৰা গৈছে। এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি লিডু পাটকাই আৰু চীনা বস্তি অঞ্চলৰ পৰা ক্ৰমে জনৈক গণি ইছলাম, ছফিকুল ইছলাম, ফৰিদ, গোপাল, নিজাম, জন, ডেভিদ নামৰ একাংশ কয়লা চোৰে দিনে নিশাই কয়লা চুৰি আৰম্ভ কৰি অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক: ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা: আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী

Apply Now

এই সমূহ কয়লা চোৰক নাকী লগাবলৈ স্থানীয় সচেতন ৰাইজে লিডু আৰক্ষীক দাবী জনাইছে। অন্যথা পুনৰ উজ্জীৱিত হোৱা উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটালৈ চৰম ভাবুকি কঢ়িয়াই অনাৰ সম্ভৱনা সৃষ্টি হ’ব।

উল্লেখ্য যে ২০২০ চনৰ তিনি জুনৰ পৰা পৰিবেশ সংক্ৰান্তীয় কাৰণৰ বাবে উদ্যোগটোৰ উৎপাদন বন্ধ হৈ পৰিছিল। অৱশেষত যোৱা ২৬ মাৰ্চ তাৰিখে কেন্দ্ৰীয় কয়লা মন্ত্ৰী যোশীৰ উপস্থিতিত বন্ধ হৈ পৰা উদ্যোগটোৰ পুনৰ মুকলি কৰা হয়।

এই মুকলি অনুষ্ঠানৰ সভাত ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী যোশীয়ে উত্তৰ পূব কয়লা ক্ষেত্ৰ পুনৰ মুকলিৰ অৰ্থে সকলো বাধা নীতি-নিয়মৰ মাজেৰে আঁতৰ কৰাৰ বাবে ক্ষিপ্ৰতাৰে মুখ্যমন্ত্ৰীয়ে লোৱা ভূমিকাক প্ৰশংসা কৰিছিল। অতি উচ্চ মানৰ কয়লা উৎপাদন হোৱা উত্তৰ পূব কয়লাক্ষেত্ৰৰ পুনৰ মুকলি কৰণ আৰু পৰৱৰ্তী সময়ত ইয়াৰ বৰ্দ্ধিত কৰণ হ’লে স্থানীয় বিভিন্ন উদ্যোগ লাভবান হোৱাৰ লগতে নিয়োগৰ সুবিধা বৃদ্ধি পাব বুলি মন্তব্য প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীজনে।

লগতে পঢ়ক:১৭ জুলাইত চিকিৎসা বিজ্ঞানৰ নামভৰ্তিৰ (NEET UG) প্ৰৱেশ পৰীক্ষা; ২ এপ্ৰিলৰ পৰা আৰম্ভ পঞ্জীয়ণ

তেনেক্ষেত্ৰত লিডু পাটকাই আৰু চীনা বস্তি অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় সম্পদ কয়লা চুৰি বন্ধ কৰাৰ ক্ষেত্ৰত তথা উপৰোক্ত কয়লা চোৰ কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব।

স্থানীয় সচেতন মহলে কয়লা উদ্যোগলৈ ভাবুকি কঢ়িয়াই অনা এনে কয়লা চোৰ সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ লিডু আৰক্ষীক দাবী জনাইছে।

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am
ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

September 1, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd