• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাৰিকল পানী নে অ’ আৰ এছ: কোনটো অধিক কাৰ্যকৰী? জানক চিকিৎসা বিজ্ঞানৰ মত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2026 8:00 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৌন্দৰ্য চৰ্চাই হওক বা শৰীৰৰ আভ্যন্তৰীণ যত্ন, নাৰিকল পানীৰ উপকাৰিতাৰ কোনো তুলনা নাই। নিয়মিতভাৱে নাৰিকল পানী খালে হজম শক্তি বৃদ্ধি পোৱাৰ লগতে শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাত বাধা দিয়ে। ইয়াৰ উপৰি ব্ৰণ বা মুখৰ ক’লা দাগ আঁতৰ কৰি ছালৰ উজ্জ্বলতা ঘূৰাই অনাত ই বিশেষ ভূমিকা পালন কৰে। নাৰিকল পানীত থকা প্ৰচুৰ পৰিমাণৰ ভিটামিন এ আৰু চি-য়ে ছাল আৰু চুলিৰ শিপা মজবুত কৰে। আনকি ভঙা নখ বা ফাটি যোৱা ওঁঠৰ সমস্যা সমাধানতো ইয়াৰ অৱদান অনস্বীকাৰ্য। কিন্তু ইমানবোৰ গুণ থকাৰ পিছতো নাৰিকল পানীক অ’ আৰ এছৰ বিকল্প হিচাপে গণ্য কৰিব পাৰিনে সেই লৈ প্ৰশ্ন উত্থাপন হয়।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি অ’ আৰ এছত এটা নিৰ্দিষ্ট অনুপাতত ছডিয়াম, পটাছিয়াম, ক্লৰাইড আৰু গ্লুক’জ থাকে, যিয়ে শৰীৰত ইলেক্ট্ৰলাইটৰ অভাৱ সঠিকভাৱে পূৰণ কৰে। আনহাতে নাৰিকল পানীত প্ৰচুৰ পৰিমাণে পটাছিয়াম, মেগনেছিয়াম আৰু প্ৰাকৃতিক চেনি থাকিলেও ইয়াত ছডিয়ামৰ পৰিমাণ যথেষ্ট কম থাকে। ব্যায়ামৰ পিছত বা শৰীৰত সামান্য পানীৰ অভাৱ হ’লে নাৰিকল পানী উপকাৰী যদিও ডায়েৰিয়া বা বমিৰ দৰে গুৰুতৰ পৰিস্থিতিত ই অ’ আৰ এছৰ দৰে কাম কৰিব নোৱাৰে। কাৰণ ডায়েৰিয়া হ’লে শৰীৰৰ পৰা যি পৰিমাণৰ ছডিয়াম ওলাই যায়, সেয়া পূৰণ কৰিবলৈ নাৰিকল পানী পৰ্যাপ্ত নহয়।

Apply Now

বিভিন্ন বৈজ্ঞানিক গৱেষণা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তীব্ৰ পানীলগা বা ডায়েৰিয়াৰ সময়ত কেৱল নাৰিকল পানীৰ ওপৰত নিৰ্ভৰ কৰিলে শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। চিকিৎসকসকলৰ মতে শিশু বা বৃদ্ধসকলৰ ক্ষেত্ৰত এই সমস্যাই অধিক জটিল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা থাকে। সেয়েহে অতিৰিক্ত বমি বা পেটৰ অসুখ হ’লে নাৰিকল পানীৰ সলনি বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত অ’ আৰ এছ ব্যৱহাৰ কৰাটোৱেই আটাইতকৈ নিৰাপদ আৰু বিজ্ঞানসন্মত উপায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd