• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুগুণ বৃদ্ধি পাইছে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ মুঠ আয়; কিমান বাঢ়িল পত্নীৰ সম্পত্তি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2026 10:51 am
172
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে (২০ মাৰ্চ) দাখিল কৰা নিৰ্বাচনী শপতনামা অনুসৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ উদ্যোগী পত্নী ৰিনিকী ভূঞা শৰ্মাৰ মুঠ আয় ২০২১ চনত ১৭.২৭ কোটি টকাৰ তুলনাত ২০২৬ চনত প্ৰায় দুগুণ বৃদ্ধি পাই ৩৫.১৬ কোটি টকা হৈছে।

জালুকবাৰী সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰা শৰ্মাই ২০২১ চনত ১.৭২ কোটি টকাৰ তুলনাত ২০২৬ চনত ২.৩৬ কোটি টকাৰ অস্থাৱৰ সম্পত্তি ঘোষণা কৰিছে। তেওঁৰ কোনো স্থাৱৰ সম্পত্তিৰ মালিক নহয়।

Apply Now

তেওঁৰ পত্নী প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক ৰিনিকি ভূঞা শৰ্মাই ২০২৬ চনত মুঠ সম্পত্তিৰ মূল্য ৩২.৭৯ কোটি টকা ঘোষণা কৰিছে, যিটো ২০২১ চনত ১৬.১৯ কোটি টকাৰ তুলনাত দুগুণ বৃদ্ধি পাইছে। তেওঁৰ সম্পত্তিৰ ভিতৰত  স্থাৱৰ আৰু অস্থাৱৰ দুয়োধৰণৰ সম্পত্তি আছে।

শপতনামা অনুসৰি মুখ্যমন্ত্ৰীৰ হাতত নগদ ২.২৮ লাখ টকা আৰু চাৰিটা বেংকত মুঠ ৬৮,০১,৯৪৩ টকা জমা ধন আছে। তেওঁৰ পত্নীৰ আছে নগদ ৩.১৬ লাখ টকা আৰু বেংকত জমা ধনৰ পৰিমাণ ৭৪,৮৫,২৪৮ টকা।

মুখ্যমন্ত্ৰী শৰ্মাই বণ্ড, ঋণপত্ৰ, শ্বেয়াৰ বা মিউচুৱেল ফাণ্ডত কোনো বিনিয়োগ কৰা নাই বুলি জনোৱাৰ বিপৰীতে তেওঁৰ পত্নীৰ ৫.১০ কোটি টকাৰ এনে বিনিয়োগ আছে। তেওঁৰ ১.৭৭ কোটি টকাৰ জীৱন বীমা পলিচিও আছে। আনহাতে, শৰ্মাৰ কোনো জীৱন বীমা পলিচি নাই।

মুখ্যমন্ত্ৰীৰ কোনো নিজা যান-বাহনৰ নাই, আনহাতে তেওঁৰ পত্নীৰ হাতত আছে ২০১৮ চনত ২১.৬০ লাখ টকাত ক্ৰয় কৰা এখন জীপ।

শৰ্মাই ২৫.১০ লাখ টকাৰ ১৮০ গ্ৰাম সোণ থকাৰ কথা ঘোষণা কৰিছে। তেওঁৰ পত্নীৰ হাতত আছে ১,৪৫৯.২২১ গ্ৰাম সোণ যাৰ বজাৰ মূল্য ২.০৩ কোটি টকা।

শৰ্মা বা তেওঁৰ পত্নী কোনো কৃষিভূমিৰ মালিক নহয়। মুখ্যমন্ত্রীৰ কোনো অ-কৃষি ভূমিও নাই৷ কিন্তু ৰিনিকি ভূঞা শৰ্মা তিনিটা অ-কৃষি সম্পত্তিৰ মালিক — দুটা অধিগ্ৰহণ আৰু এটা উত্তৰাধিকাৰী — যাৰ বৰ্তমানৰ মুঠ বজাৰ মূল্য ১৯.২৫ কোটি টকা। ইয়াৰ ভিতৰত এটা ১.৬০ কোটি টকাৰ ঘৰ থকা ১২,৯৬০ বৰ্গফুটৰ সম্পত্তি, ১.৪০ কোটি টকাৰ উত্তৰাধিকাৰী সম্পত্তি আৰু ২০২২ চনত অধিগ্ৰহণ কৰা আৰু বৰ্তমান ৪.২৫ কোটি টকাৰ ২,১২৭ বৰ্গফুটৰ আন এটা প্লট।

শপতনামাত এই কথাও উল্লেখ কৰা হৈছে যে শৰ্মাৰ মুঠ ঋণ ৯৫.০৫ লাখ টকা, আনহাতে তেওঁৰ পত্নীৰ ঋণৰ পৰিমাণ ১৫.৯১ কোটি টকা।

শৰ্মাই নিজৰ আয়ৰ উৎস চৰকাৰী দৰমহা বুলি ঘোষণা কৰাৰ বিপৰীতে পত্নীয়ে “দৰমহাৰ আয়”ক উৎস হিচাপে তালিকাভুক্ত কৰিছে। ২০২১ চনৰ দৰে মুখ্যমন্ত্রীয়ে শপতনামাত নিজৰ দুই সন্তানক নিৰ্ভৰশীল হিচাপে অন্তৰ্ভুক্ত কৰা নাই কিয়নো এতিয়া দুয়োজনেই প্ৰাপ্তবয়স্ক।

মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে তেওঁৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ চলি থকা নাই আৰু তেওঁক কোনো আদালতে দোষী সাব্যস্ত কৰা নাই৷

শৈক্ষিক অৰ্হতা হিচাপে ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ লগতে আইনৰ স্নাতক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd